ETV Bharat / state

জ্যোতিষশাস্ত্ৰ মতে কেনে যাব আজিৰ দিনটো... - DAILY HOROSCOPE

জ্যোতিষশাস্ত্ৰৰ মতে আজিৰ দিনটো আপোনাৰ বাবে কিমান ভাল বা বেয়া হ'ব ? ৰাশিফল চাওক...

DAILY HOROSCOPE
ৰাশিফল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 4, 2025, 5:00 AM IST

মেষ ৰাশি: আজিৰ দিনটো আপোনাৰ সক্ৰিয় যেন অনুভৱ হʼব ৷ প্ৰায় সফল হʼব । কৰ্মজীৱনত ভাল পদোন্নতি হʼব পাৰে । আপোনাক নতুন কৰ্ম লক্ষ্য প্ৰদান কৰিব পাৰে । নিজৰ ব্যৱসায়ত মনোযোগ দিব । তথাপি কিছু সময়ত খেলিমেলি হʼব পাৰে ৷ কিন্তু আপুনি বিফল নহ'ব ।

বৃষ ৰাশি: আজি আপুনি লোকক শাসন কৰিব । আপোনাৰ খং-ৰাগৰ ওপৰত নিয়ন্ত্ৰণ ৰখা উচিত । বহুতো ব্যক্তিৰ লগত বন্ধুত্বপূৰ্ণ সংযোগ হ'ব । আজি নতুন পৰিকল্পনা নকৰিব ।

মিথুন ৰাশি: কঠিন পৰিস্থিতিত সঠিক, আশাপূৰ্ণ আৰু আনন্দপূৰ্ণ মনোবৃত্তি বজাই ৰাখক । নিজৰ কর্মত মনোযোগ দিয়ক । জীৱনত সুখী হ’ব ।

ককৰ্ট ৰাশি: আপুনি নতুন দায়িত্ব বহন কৰিব । নতুন অধ্যয়নকর্মত ব্যস্ত হৈ পৰিব আৰু কাম কৰিবলৈ ভাগৰুৱা অনুভৱ কৰিব পাৰে । আপুনি নিৰুৎসাহিত হৈ পৰিব পাৰে ।

সিংহ ৰাশি: নিজৰ আত্মসন্মান বঢ়াবলৈ প্ৰেমাভিনয় কৰাটো উচিত নহয় । আপোনাৰ খং-ৰাগৰ বাবে সম্পর্কত প্ৰভাৱ পৰে । সেইবাবে খং-ৰাগৰ ওপৰত নিয়ন্ত্ৰণ ৰাখি প্ৰেমৰ সম্পর্কত মনোযোগ দিয়ক । প্ৰেমৰ সম্পর্ক ভাল হʼব ।

কন্যা ৰাশি: আৰ্থিক সমস্যাৰ বাবে নিৰাশ হৈ পৰিব পাৰে । আপোনাৰ নিজৰ মনৰ কথা শুনক । প্ৰেমৰ সম্পর্কত মনোযোগ দিয়ক । চৰকাৰী প্ৰকল্পত সফল হʼব । নতুন ব্যৱসায় কৰিব, সফল হʼব ।

তুলা ৰাশি: যদি আপুনি টকাখিনি ভৱিষ্যতৰ বাবে ব্যৱহাৰ কৰিবলৈ বেংকত জমা ৰাখে, তেন্তে দীৰ্ঘসময়ৰ কাৰণে সেই টকাখিনিৰ পৰা লাভৱান হ’ব । লʼৰা-ছোৱালীৰ সাফল্যই আনন্দ দিব | কৰ্মজীৱনত ভাল পদোন্নতি হʼব পাৰে | টকা-পইচা নিশ্চিত হʼব |

বৃশ্চিক ৰাশি: আপুনি এলেহুৱা-নিৰুৎসাহিত হৈ নপৰিব । আপোনাৰ খং-ৰাগৰ কাৰণে জীৱন প্ৰভাৱান্বিত হ'ব পাৰে । কিন্তু সতৰ্কতা আৰু সাৱধানে থকাটো ভাল ।

ধনু ৰাশি: আজিৰ দিনটো আপোনাৰ আশা আৰু আনন্দৰ দিন হʼব । পুৰণি কৰ্ম সফল হʼব । আপুনি লোকৰ পুৰণি বিবাদবোৰ অন্ত কৰিব । আপুনি প্ৰায় সফল হʼব ।

মকৰ ৰাশি: কাৰ্যভাৰ সম্পূৰ্ণ কৰিবলৈ নিজৰ শক্তি ব্যৱহাৰ কৰক । আপোনাৰ প্ৰায় ভাল হʼব । জ্যেষ্ঠৰ পৰা পৰামৰ্শ লোৱাটো ভাল । ব্যক্তিগত জীৱনত সুখী হোৱাটো নিজৰ ওপৰত নিৰ্ভৰ কৰে ।

কুম্ভ ৰাশি: আপুনি নিৰুৎসাহিত হৈ পৰিব পাৰে৷ কিন্তু কার্য-ব্যৱসায়ত প্ৰভাৱ নপৰিব । সতৰ্কতা অৱলম্বন কৰা উচিত, সাৱধানে কার্য কৰিব । সক্ৰিয় অনুভৱ কৰিব । আপোনাৰ প্ৰায় ভাল হʼব ।

মীন ৰাশি: আপুনি আজি এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে । কর্ম প্ৰভাৱান্বিত হʼব । নানা ধৰণৰ খেলিমেলি হৈ পৰিব পাৰে । সতৰ্কতা অৱলম্বন কৰা উচিত ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.