নতুন এছ অ পি জাৰি কৰাৰ পিছতেই সষ্টম নগাঁও আৰক্ষী - জৰুৰী সেৱা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11790908-thumbnail-3x2-img.jpg)
ৰাজ্যত অপ্ৰতিৰোধ্য হৈ পৰিছে ক’ভিড-19ৰ সংক্ৰমণ ৷ বৃদ্ধি পইছে ক’ভিড আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৷ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে জাৰি কৰিছে ক’ভিডৰ নতুন এছ অ’ পি ৷ ক’ভিডৰ নতুন এছ অ’ পি জাৰি কৰাৰ পিছতেই সষ্টম হৈ পৰে নগাঁও আৰক্ষী । দিনৰ এঘাৰ বজাৰ লগে লগেই সকলো দোকান পোহাৰ বন্ধ কৰাৰ লগতে ১২ বজাৰ পিছতেই জৰুৰী সেৱাৰ লগত জড়িত ব্যক্তিৰ বাহিৰে ওলাই আহিব দিয়া নাই কোনো লোকক । বিনা কাৰণত ওলাই অহা লোকৰ বিৰুদ্ধে কঠোৰ হৈছে নগাঁও আৰক্ষী ।