ETV Bharat / state

জ্যোতিষশাস্ত্ৰ মতে জানো আহক কেনে যাব আপোনাৰ আজিৰ দিনটো... - DAILY HOROSCOPE

কাৰ স্বাস্থ্য ভালে থাকিব ? কাৰ খৰচ বাঢ়িব ? কি কয় জ্যোতিষশাস্ত্ৰই ৷

Daily Horoscope
এইকেইটা ৰাশিৰ বাবে আজিৰ দিনটো যথেষ্ট ভাল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Feb 18, 2025, 5:09 AM IST

মেষ ৰাশি : আপোনাৰ খং-ৰাগৰ বাবে সম্পৰ্কত প্ৰভাৱ পৰিব পাৰে ৷ সেয়ে শান্ত হৈ থাকক ৷ বিপদৰ আশংকা নথকা নহয় ৷ নতুন ব্যৱসায় আৰম্ভ নকৰিব ৷

বৃষ ৰাশি : নিজৰ ওপৰত বিশ্বাস-ভৰসা ৰাখিলে লক্ষ্যত সফল হ'ব ৷ সঠিক মনোবৃত্তি আহৰণ কৰাৰ ফলত সফল হ'ব ৷ সহজতে আপুনি নিৰুৎসাহিত হৈ নপৰিব ৷ কৰ্ম-ব্যৱসায়ত সফল হ'ব ৷

মিথুন ৰাশি : চিন্তা বাঢ়িব পাৰে ৷ কর্মত প্ৰভাৱ পৰিব ৷ পেটৰ ৰোগতো ভুগিবলগীয়া হ'ব পাৰে ৷ হতাশ হ'ব পাৰে ৷ নতুন ব্যৱসায় আৰম্ভ নকৰিব ৷

কৰ্কট ৰাশি : ব্যৱসায়ত সতৰ্ক থকাটো ভাল ৷ এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে, কর্মত প্ৰভাৱ পৰিব ৷ হতাশ হৈ পৰিব পাৰে ।

সিংহ ৰাশি : উন্নত শৰীৰ আৰু ভাল পাৰিবাৰিক সময়ে দিনটো আপোনাৰ শুভ কৰিব ৷ ভাগ্য উদয়ৰ দিন, ভাতৃ-ভগ্নী আৰু প্ৰেয়সীৰ লগত সময় কটোৱাৰ উত্তম সময় ৷ ভালপোৱা ব্যক্তিৰ লগত ভ্ৰমণ শুভ হ'ব ৷ এই সময় পবিত্ৰ বান্ধোনত বান্ধ খোৱাৰ বাবে উপযুক্ত ৷ কলাৰ লগত জড়িতসকলৰ বাবে উত্তম সময় ৷ আপুনি আপোনাৰ সুপ্ত প্ৰতিভাক জাগ্ৰত কৰিব পাৰে ৷ দিনটো কাম কৰি থাকিবলৈ শক্তি পাব ৷

কন্যা ৰাশি : দিনটো ভাল হ'ব ৷ স্বাস্থ্য ভাল, প্ৰেমৰ সম্পৰ্ক উন্নত হ'ব ৷ আনন্দময় হ'ব ৷ পৰিয়ালৰ লগতো সম্পর্ক ভাল হ'ব ৷

তুলা ৰাশি : লেখকসকলৰ বাবে দিনটো ভাল ৷ লক্ষ্যত উপনীত হ'ব ৷ নতুন শিক্ষা অধ্যয়ন কৰিবলৈ ইচ্ছা হ'ব পাৰে ৷ আনন্দময় দিন হ'ব ৷

বৃশ্চিক ৰাশি : খৰচৰ মাত্ৰা বৃদ্ধি হ'ব ৷ কিন্তু আপুনি মন কৰিব আপোনাৰ খৰচ ভাল কামৰ বাবে কৰা হৈছে ৷ যেনে-ভ্ৰমণ, আনন্দ আৰু খেলাধূলাত ৷ কিন্তু আপোনাৰ শৰীৰে আপোনাৰ লগ নিদিব ৷ ফলত আপুনি সম্পূৰ্ণ আনন্দ উপভোগ কৰাত ব্যৰ্থ হ'ব ৷ পৰিয়াল বা প্ৰিয় সংগীৰ লগত ভুল বুজাবুজি হ'ব পাৰে ৷ পৰিয়ালৰ ঘনিষ্ঠজনৰ ব্যৱহাৰত খং উঠিব পাৰে ৷ সামাজিকভাৱে অপদস্থ হ'বলগীয়াও হ'ব পাৰে ৷

ধনু ৰাশি : পৰিয়ালৰ লগত সম্পর্ক ভাল হ'ব ৷ বিবাহিতসকলৰ বাবে আজিৰ দিনটো ভাল ৷ সৰু যাত্ৰা বা মন্দিৰ ভ্ৰমণ হ'ব পাৰে ৷

মকৰ ৰাশি : দিনটো কঠিন হ'ব পাৰে ৷ কর্মক্ষেত্ৰত শান্ত হৈ থাকিব । পেছাদাৰী কার্যত অধিক মনোযোগ দিবলগীয়া হ'ব । আবেলিলৈ সময় ভাল হ'ব ।

কুম্ভ ৰাশি : আপোনাৰ দিন প্ৰায় ভাল হ'ব ৷ স্বাস্থ্য ভালে থাকিব ৷ আপুনি এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ হতাশা আহিব পাৰে ৷ ব্যৱসায়ত সতৰ্ক থকাটো ভাল ৷

মীন ৰাশি : অনৈতিক কাৰ্যকলাপত লিপ্ত হৈ আপুনি বিপদত পৰিব পাৰে । নিজৰ মুখ বন্ধ কৰি ৰাখিব আৰু খং নিয়ন্ত্ৰণত ৰাখক । স্বাস্থ্যক লৈ সাৱধান হোৱা উচিত । দৰৱ আদি কিনাৰ নামত খৰচ বাঢ়িব পাৰে । আপুনি আজি অস্থিৰ হৈ থাকিব যেন লাগিছে । নেতিবাচক মনোভাৱে আপোনাৰ ব্যক্তিগত জীৱনত বেয়া প্ৰভাৱ পেলাব পাৰে, এইবোৰ মনলৈ আহিব নিদিব ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.