thumbnail

By

Published : Jun 19, 2019, 6:01 PM IST

ETV Bharat / Videos

অকৰ্মণ্য নগাঁও পৌৰসভা; নগাঁৱত ধোঁৱাচাঙত স্বচ্ছ ভাৰত অভিযান

নগাঁও পৌৰসভাৰ অকৰ্মণ্যতাৰ বাবেই দুৰ্ভোগ ভুগিবলগীয়া হৈছে চহৰখনৰ গুৰুত্বপূৰ্ণ এটা এলেকাৰ বাসিন্দাই। এফালে নলা নৰ্দমাৰ লেতেৰা পানী আনফালে অবর্জনাৰ দম। তাৰ মাজতে আহ-জাহ ব্যৱসায়ীক এলেটোৰ বহু লোকৰ। ই টি ভি ভাৰতৰ এক বিশেষ প্ৰতিবেদনঃ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.