দেশদ্ৰোহী কামত লিপ্ত থাকে PFI : ৰামকৃষ্ণ ঘোষ - দেশবিৰোধী শক্তি

🎬 Watch Now: Feature Video

thumbnail

By

Published : Sep 28, 2022, 10:57 PM IST

‘‘PFI নিচিনা সংগঠন ইমান দিনে যে ভাৰতবৰ্ষত চলি আছিল সেইটো আচৰিত কথা ৷ ভাৰতবৰ্ষত যেতিয়াই সাম্প্ৰদায়িক সংঘৰ্ষ হয়, তেতিয়াই জড়িত হৈ থাকে PFI সংগঠনটো’’ ৷ বুধবাৰে হোজাইৰ এক অনুষ্ঠানত অংশ লৈ এই মন্তব্য কৰে বিধায়ক ৰাম কৃষ্ণ ঘোষে (MLA Ramkrishna Ghosh criticized PFI in Hojai) ৷ লগতে তেওঁ কয়, ‘‘যদি PFI সক্ৰিয় হৈ থাকে, তেন্তে ভাৰতবৰ্ষখন এক হৈ থাকিব নোৱাৰিব ৷ PFI য়ে আৰৱীয়ান দেশৰ পৰা অহা ধনেৰে কৰে দেশদ্ৰোহী কাম ৷ যদি ভাৰতত আৰু দেশবিৰোধী শক্তি আছে, সেয়া নিষিদ্ধ কৰিব লাগে’’ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.