দলঙৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন বিধায়ক কিশোৰ নাথৰ - অন্নপূর্ণা ঘাট
🎬 Watch Now: Feature Video

বৰাক নৈৰ খহনীয়া তথা অন্নপূর্ণা ঘাটৰ দলঙৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শনৰ বাবে শনিবাৰে শিলচৰত উপস্থিত হয় বিধায়ক কিশোৰ নাথ ৷ বিগত বছৰসমূহত বৰাকৰ বাঢ়নী পানীয়ে একপ্ৰকাৰ ত্ৰাসৰ সৃষ্টি কৰি আহিছে অঞ্চলসমূহত ৷ বিভিন্ন সময়ত বিধায়ক গৰাকীয়ে দলং নিৰ্মাণৰ কাম পৰিদৰ্শন কৰি অহাৰ লগতে শনিবাৰে পুনৰ নিৰ্মীয়মান দলং খনৰ কোম্পানীৰ মেনেজাৰসহ ইঞ্জিনিয়াৰসকলক লগত লৈ কাম-কাজসমূহ পৰ্যবেক্ষণ কৰে ৷