কৰ্তব্যৰত আৰক্ষীক বিহুৰ শুভেচ্ছা মাৰোৱাৰী যুৱ মঞ্চৰ - চাবুৱা আৰক্ষী থানা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11437278-thumbnail-3x2-img.jpg)
বিহু বুলি ক'লেই অসমৰ মান, অসমীয়াৰ প্ৰাণ আৰু অসমবাসীৰ স্বাভিমান । ইয়াৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিছে চাবুৱা মাৰোৱাৰী যুৱ মঞ্চৰ বিষয়ববীয়াই । চাবুৱাত কৰ্তব্যৰত আৰক্ষীসকলক বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে মাৰোৱাৰী যুৱ মঞ্চই ৷ চাবুৱাৰ বিভিন্ন স্থানত বিহু নাচি,বিহু গাই আৰক্ষীসকলক ফুলাম গামোচাৰে ৰঙালী বিহুৰ শুভেচ্ছা জনাই সংগঠনটোৰ বিষয়-ববীয়াসকলে । কৰ্তব্যৰ মাজতো এপাক বিহু নাচিলে এইসকল আৰক্ষীয়ে ।