ৰাজপথতে মহিলাক প্ৰচণ্ড চৰ সোধালে যুৱকে - Man slaps woman in public place at Hojai
🎬 Watch Now: Feature Video
হোজাই জিলা কাকীৰ দুই হাজাৰ বিঘাত ৰাজপথতেই এজন যুৱকে প্ৰচণ্ড চৰ সোধালে এগৰাকী মহিলাক ৷ প্ৰহ্লাদ নাথ নামৰ এজন যুৱকে ৰাজপথতে প্ৰহাৰ কৰে মহিলাগৰাকীক ৷ এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সম্প্ৰতি চাঞ্চল্যৰ সৃষ্টি হৈছে (Man slaps woman in public place at Hojai ) ৷ ইতিমধ্যে এই মাৰপিটৰ ঘটনা চ’ছিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছতেই (Viral video on social media) শুকুৰবাৰে কাকী আৰক্ষীয়ে প্ৰহ্লাদ নাথক মাজগাঁৱত আটক কৰে । চাওঁ আহক এই প্ৰতিবেদন...