বিহপুৰীয়াতো ব্যাপক কাৰ্যসূচীৰে আয়োজন মহাষ্টমীৰ - আজি মহাঅষ্টমী
🎬 Watch Now: Feature Video

আজি মহাষ্টমী(Maha Ashtami puja celebrated at Lakhimpur) । সমগ্ৰ ৰাজ্যৰ লগতে বিহপুৰীয়াটো পালন কৰা হৈছে শাৰদীয় দুৰ্গোৎসৱৰ(Durga Ashtami 2022) ৷ মা দুৰ্গাৰ আশীষ ল’বলৈ মণ্ডপ মণ্ডপে ভিৰ কৰিছেহি ভক্তই । পশ্চিম বিহপুৰীয়া দুৰ্গা পূজা সমিতিৰ পৰা এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন...