অকাল মৃত্যুক সাৱটি লোৱা দুই আৰক্ষীক শেষ শ্ৰদ্ধা মন্ত্ৰী পীযুষ হাজৰিকাৰ - Kampur Police death

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 20, 2022, 8:06 PM IST

মুখ্যমন্ত্ৰীৰ নিৰ্দেশত দুই আৰক্ষীক শেষ শ্ৰদ্ধা জনাবলৈ নগাঁৱত উপস্থিত মন্ত্ৰী পীযুষ হাজৰিকা (Last tribute to Kampur PS OC )। দেওবাৰে মাজনিশা কামপুৰত প্ৰাণ হেৰুৱাইছিল কামপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সমুজ্জল কাকতি আৰু ইউ বি কনিষ্টবল ৰাজীৱ বৰদলৈয়ে (Kampur Police death)। সকলোকে শোকস্তব্ধ কৰি ইহ সংসাৰ ত্যাগ কৰা দুই আৰক্ষীৰ নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ নগাঁও আৰক্ষী চাউনিত উপস্থিত হয় নগাঁৱৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা । নগাঁও আৰক্ষী চাউনিত উপস্থিত হৈ মন্ত্ৰী হাজৰিকাৰ লগতে বিধায়ক ৰূপক শৰ্মা আৰু জিতু গোস্বামীয়েও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ৰাইজক বান চাবলৈ গৈ বিপদত নপৰিবলৈ আহ্বান মন্ত্ৰী হাজৰিকাৰ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.