হোজাইত বৈদ্যুতিক উপ-সংমণ্ডলৰ কৰ্মচাৰীৰ দ্বাৰা কৃষ্ণ জন্মাষ্টমী পালন - হোজাইত বৈদ্যুতিক উপসংমণ্ডলৰ কৰ্মচাৰীৰ দ্বাৰা কৃষ্ণ জন্মাষ্টমী পালন

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 19, 2022, 1:16 PM IST

আজি শ্ৰীকৃষ্ণ জন্মাষ্টমী । সমগ্ৰ ৰাজ্যৰ লগতে হোজাই জিলাটো আজি নামঘৰ,মন্দিৰত উৎযাপন কৰা হৱ জন্মাষ্টমী । তাৰ সমান্তৰাল ভাবে আজি লংকাৰ বৈদ্যুতিক উপ-সংমণ্ডলৰ কলনীস্থিত সৰ্ব্বজনীন নামঘৰতো বৈদ্যুতিক উপ-সংমণ্ডলত কৰ্মৰত কৰ্মচাৰী সকলে নিজৰ কৰ্ম ব্যস্ততাৰ মাজতেই উৎযাপন কৰিছে জন্মাষ্টমী(Krishna Janmashtami celebrated at Hojai Namghar) । ইতিমধ্যেই পুৱাই ধৰ্মীয় ৰীতি-নীতি অনুসৰি নামঘৰ ভাগত বন্তি প্ৰজ্বলনকে ধৰি আৰম্ভ হয় বিভিন্ন কাৰ্যসূচী ।

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.