তিনিচুকীয়াত কৃষক মুক্তিৰ বহুকেইটা ভগ্নি সংগঠনৰ প্ৰতিবাদ
🎬 Watch Now: Feature Video
তিনিচুকীয়াত কৃষক মুক্তি, ছাত্ৰ মুক্তি, নাৰী মুক্তি আৰু চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ । প্ৰতিবাদী কাৰ্যসূচীৰ পৰা সংগঠনটোৱে তিনিচুকীয়া জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে । অখিল গগৈক অতি শীঘ্ৰে মুকলি কৰি নিদিলে আৰু ইয়াৰ সমান্তৰালভাৱে "CAA" আইন বাতিল নকৰিলে পৰৱৰ্তী সময়ত ইয়াতকৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে।