কৃষক মুক্তিৰ সভাপতি ৰাজু বৰাৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ... - কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা তিনিখনকৈ কৃষকবিৰোধী আইন

🎬 Watch Now: Feature Video

thumbnail

By

Published : Nov 28, 2020, 7:17 PM IST

কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা তিনিখনকৈ কৃষকবিৰোধী আইনক লৈ উত্তাল সমগ্ৰ দেশ। তিনিখনকৈ আইনৰ বিৰুদ্ধে পাঞ্জাৱ, হাৰিয়ানাৰ কৃষকে গ্ৰহণ কৰা দিল্লী চলো কাৰ্য্যসূচীত আৰক্ষীয়ে বাধা প্ৰদান কৰি কৃষকৰ ওপৰত আৰক্ষীয়ে চলোৱা অত্যাচাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে কৃষক মুক্তি সংগ্ৰাম সমিতি। কেন্দ্ৰীয় চৰকাৰৰ তিনিখনকৈ আইনৰ তীব্ৰ বিৰোধিতা কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। কৃষক বিৰোধী আইনৰ লগতে কাৰাৰুদ্ধ অখিল গগৈৰ মুক্তি আৰু নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৰাজ্যিক সভাপতি ৰাজু বৰাৰ সৈতে ই টি ভি ভাৰতৰ এক আছুতীয়া সাক্ষাৎকাৰ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.