দোষমুক্ত হৈ কি ক’লে ভুৱা এনকাউন্টাৰৰ ভুক্তভোগী কীৰ্তিকমল বৰাই - ভুৱা এনকাউন্টাৰৰ ভুক্তভোগী
🎬 Watch Now: Feature Video
অৱশেষত অপৰাধ অনুসন্ধান শাখা চমুকৈ চি আই ডিয়ে তদন্ত সম্পূৰ্ণ কৰিছে সমগ্ৰ ৰাজ্য কপোৱা নগাঁৱৰ প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰৰ (Kirtikamal Bora encounter updates)। ইয়াৰ লগে লগে চি আই ডিৰ প্ৰতিবেদনত পুনৰ এবাৰ মুখথেকেছা খালে প্ৰচাৰমুখী আই পি এছ বিষয়া তথা নগাঁৱৰ তদানীন্তন আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ তথা নগাঁও আৰক্ষীয়ে (Fake encounter by Nagaon police)। চি আই ডি ৰ তদন্তত পোহৰলৈ আহিছে কীৰ্তিকমল বৰা এনকাউণ্টাৰৰ প্ৰকৃত সত্য (Fake encounter in Nagaon)। মঙলবাৰে চি আই ডিয়ে আৰক্ষী বিষয়া প্ৰদীপ বণিয়াৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল কৰাৰ বিপৰীতে একপ্ৰকাৰ দোষমুক্ত কৰিলে কীৰ্তিকমল বৰাক । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে কীৰ্তিকমল আৰু পিতৃয়ে ৷