আজান পীৰৰ জিকিৰেৰে ঈদৰ শুভেচ্ছা জনালে সাংবাদিকে

By

Published : May 14, 2021, 12:24 PM IST

thumbnail
যোৰহাটত ক'ভিড সংক্ৰমণৰ ভয়াৱহতাৰ মাজতে ইছলাম ধৰ্মাৱলম্বী লোক সকলে পালন কৰিলে পৱিত্ৰ উৎসৱ ঈদ উল্ ফিটৰ ৷ মাহ জোৰা পৱিত্ৰ ৰমজানৰ ৰোজাৰ পাছত আজি সমগ্র দেশৰ লগতে যোৰহাটতো অনুষ্টুপীয়াকৈ ইছলাম ধৰ্মৰ লোকসকলে নিজ ঘৰতে নামাজ পঢ়ি পালন কৰিলে ঈদ উল্ ফিটৰ । ভয়াৱহতা আৰু সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি যোৰহাট ফাঁচি আলিৰ নিজা বাসগৃহতে নামাজ পঢ়াৰ লগতে জিকিৰ পৰিৱেশন কৰি ৰাজ্যৰ ইছলাম ধৰ্মৰ লোকসকলক ঈদৰ শুভেচ্ছা জনালে যোৰহাটৰ সাংবাদিক নেকিৱ আহমেদে।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.