Jatiya Yuva Bahini: শিৱসাগৰত জাতীয় যুৱ বাহিনীৰ প্ৰথম অভিৱৰ্তন - শিৱসাগৰ জিলাৰ প্ৰথমখন অভিৱৰ্তন
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16664852-thumbnail-3x2-vews2.jpg)
ৰাইজৰ দলৰ যুৱ সংগঠন "জাতীয় যুৱ বাহিনী"ৰ শিৱসাগৰ জিলাৰ প্ৰথমখন অভিৱৰ্তন দেওবাৰে যুৱ দলত অনুষ্ঠিত হয়(Jatiya Yuva Bahini first conference in Sivasagar) । অভিৱৰ্তনত শিৱসাগৰ জিলাৰ কেইবা শতাধিক যুৱক-যুৱতীয়ে জাতীয় যুৱ বাহিনীত যোগদান কৰে । "জাতীয় যুৱ বাহিনীৰ" শিৱসাগৰ জিলা সমিতিখনো গঠন কৰা হয় অভিৱৰ্তনত । অভিৱৰ্তনত উপস্থিত থাকি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে(Raijor dal President Akhil gogoi) ফেচিবাদী, সাম্প্ৰদায়িক শক্তিসমূহক প্ৰতিৰোধ কৰিবলৈ জাতীয় যুৱ বাহিনীয়ে অতি সক্ৰিয়তাৰে কাম কৰিব বুলি সদৰী কৰে (Raijor Dal president Akhil Gogoi slams BJP) । অভিৱৰ্তনত জাতীয় যুৱ বাহিনীৰ কেন্দ্ৰীয় সভাপতি লক্ষ্যজ্যোতি গগৈ, ৰাইজৰ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰসহ বহুসংখ্যক বিষয়ববীয়া উপস্থিত থাকে ।