ষষ্ঠ স্থানেৰে উজলিল লখিমপুৰৰ ৰনোজ জ্যোতি বৰুৱা - 6th rank holder Ranuj Jyoti Boruah
🎬 Watch Now: Feature Video

সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত লখিমপুৰ জিলাৰ নাৰায়নপুৰৰ জ্ঞানজ্যোতি একাডেমিৰ ছাত্ৰ ৰনোজ জ্যোতি বৰুৱাই ৰাজ্যৰ ভিতৰতে ষষ্ঠ স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷ ছাত্ৰজনৰ এই সাফল্যই শিক্ষাগুৰু তথা পিতৃ-মাতৃৰ লগতে সমগ্ৰ নাৰায়নপুৰ বাসীক গৌৰাৱাম্বিত কৰিছে ৷