thumbnail

By

Published : Jun 6, 2020, 3:27 PM IST

ETV Bharat / Videos

ডিজিটেল মাধ্যমত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল!

নিউজ ডেস্ক,6 জুন: আজি ডিজিটেল মাধ্যমেৰে ঘোষিত হয় হাইস্কুল শিক্ষান্ত পৰীক্ষা 2020চনৰ ফলাফল ৷ অন্য বাৰৰ তুলনাত পৃথককৈ ঘোষণা কৰা হয় এই বাৰৰ ফলাফল ৷ 42জন শিক্ষাৰ্থীয়ে এই বৰ্ষত স্থান লাভ কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে,বিগত সাতটা বছৰৰ ভিতৰত এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীৰ্ণৰ হাৰ সৰ্বাধিক ।

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.