চূড়ান্ত হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ মূল্যায়ন পদ্ধতি

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 1, 2021, 6:33 PM IST

Updated : Jul 1, 2021, 7:31 PM IST

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা(Higher Secondary Final Exam)ৰ বিজ্ঞান (science), কলা(arts), বাণিজ্য(commerce) আৰু বৃত্তিমূলক (professional) শাখাৰ ফলাফল ঘোষণাৰ বাবে মূল্যায়ন পদ্ধতি(Evaluation Method)ৰ বাবে গঠিত দুয়োখন কমিটিয়ে পৃথক পৃথক পদ্ধতি গ্ৰহণ কৰিছে ৷ বৃহস্পতিবাৰে ছেবা(SEBA) ৰ কাৰ্যালয়ত সম্বোধন কৰা এখন সংবাদমেলত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু (Education Minister Dr. Ranuj Pegu)ৰ উপস্থিতিত উচ্চস্তৰীয় কমিটিৰ অধ্যক্ষ তথা কুমাৰ ভাস্কৰ বাৰ্মা সংস্কৃত বিশ্ববিদ্যালয়(Kumar Bhaskar Verma Sanskrit University)ৰ উপাচাৰ্য দীপক কুমাৰ শৰ্মা(deepak kumar sharma)ই সদৰী কৰে এই কথা ৷ সেই অনুসৰি, এইবেলি উচ্চতৰ মাধ্যমিক পৰীক্ষাত নাথাকিব শীৰ্ষ ১০টা স্থানৰ লগতে ষ্টাৰ আৰু ডিষ্টিংচন নম্বৰ ৷ বিপৰীতে পূৰ্বৰ দৰে প্ৰথম, দ্বিতীয় আৰু তৃতীয় বিভাগ থাকিব ৷
Last Updated : Jul 1, 2021, 7:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.