মহানগৰীৰ নাৰেংগী হাউছিং কলনীত গ্ৰীণ পার্ক মুকলি - মহানগৰীৰ নাৰেংগী হাউছিং কলনীত গ্ৰীণ পার্ক মুকলি
🎬 Watch Now: Feature Video

মহানগৰীৰ নাৰেংগী হাউছিং কলনীত মুকলি কৰা হ'ল 'গ্ৰীণ পার্ক' নামেৰে এখন পার্ক (Green Park opens at Narengi in Guwahati)৷ দেওবাৰে আনুষ্ঠানিকভাৱে এই গ্ৰীণ পার্কৰ শুভ উদ্ধোধন কৰে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশীষ শৰ্মাই । এইগ্ৰীণ পার্ক খনত আছে 'শৰীৰ চৰ্চা'ৰ সামগ্ৰী আৰু শিশু সকলৰ খেলা-ধুলাৰ বাবে এখন উদ্যান । উল্লেখ্য যে, মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজি আৰু জি এম ডি এৰ(GMDA) সহযোগত প্ৰদান কৰা মুঠ ৪.৫ লাখ টকা ধনেৰে নিৰ্মাণ কৰা হৈছে এই গ্ৰীণ পাৰ্ক ।
TAGGED:
নাৰেংগী হাউছিং কলনী