thumbnail

By

Published : Nov 26, 2021, 7:13 AM IST

ETV Bharat / Videos

Reduction in Microfinance : মাইক্ৰফাইনেন্সৰ ঋণ ৰেহাই দিয়াৰ কথা ঘোষণা অজন্তা নেওগৰ

বুধবাৰে সন্ধিয়া নলবাৰীত উপস্থিত হয় বিত্তমন্ত্ৰী অজন্তা নেওগ (ajanta neog visited nalbari on wednesday) ৷ ক’ৰোণাত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা ব্যক্তিৰ পৰিয়ালৰ সৈতে ভাৱ বিনিময় কৰে মন্ত্ৰী গৰাকীয়ে (finance minister ajanta neog at nalbari) ৷ মৃত্যুবৰণ কৰা ব্যক্তিৰ পত্নী তথা নিকটাত্মীয়ৰ হাতত প্ৰদান কৰে আঢ়ৈ লাখ টকাৰ চেক (cheque to covid 19 victim family) ৷ নলবাৰী জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত আয়োজিত সভাত 18 গৰাকীকৈ মহিলাক চেক প্ৰদান (cheque given to 18 women) কৰিলে মন্ত্ৰী গৰাকীয়ে ৷ সংবাদ মাধ্যমৰ আগত আগন্তুক মাহৰ ভিতৰত মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাই (reduction in microfinance loan by december) দিয়াৰ কথাও ঘোষণা কৰে তেখেতে ৷ উক্ত সভাখনত মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা উপস্থিত আছিল ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.