thumbnail

মৰিগাঁৱৰ ঐতিহাসিক চাৰণ বিলত পৰম্পৰাগভাৱে পালন গৰু বিহু

By

Published : Apr 14, 2022, 2:14 PM IST

মৰিগাঁৱৰ ঐতিহাসিক চাৰণ বিলত ঔজাৰি গাঁৱৰ চহা-কৃষক, ৰোৱনী-দাৱনীয়ে বৃহস্পতিবাৰে পৰম্পৰাগভাৱে পালন কৰে গৰু বিহু(Goru bihu celebrations in Morigaon) ৷ ঔজাৰিত চহা কৃষকে গো-ধনসমূহক মাহ-হালধি ঘঁহি, লাও-বেঙেনা খুৱাই, গা ধুৱাই উদযাপন কৰে গৰু বিহু । লোকবিশ্বাস অনুসৰিয়েই চহা-কৃষক, ৰোৱনী-দাৱনী, ল’ৰা-বুঢ়া সকলোৱে মিলিজুলি মনৰ উছাহত বিহু নাম গাই নাচি-বাগি উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.