thumbnail

By

Published : Jul 14, 2022, 4:59 PM IST

ETV Bharat / Videos

Barshashree updates : বিশেষ নিৰাপত্তাৰ মাজেৰে পৰীক্ষাত বহিব পাৰিব বৰ্ষাশ্ৰী

গোলাঘাট সত্ৰ ন্যায়াধীশ আদালতৰ গুৰুত্বপূৰ্ণ ৰায় (Golaghat session court order on Barshashree)। অহা 16 জুলাইৰ পৰা অনুস্থিত হ'বলগীয়া স্নাতক দ্বিতীয় ষাণ্মাষিকৰ পৰীক্ষাত বহিব পাৰিব কাৰাবন্দী বৰ্ষাশ্ৰী (Barshashree to attend the exam)। উপযুক্ত নিৰাপত্তা ব্যৱস্থাৰ জৰিয়তে পৰীক্ষাৰ নিৰ্দিষ্ট কেন্দ্ৰত পৰীক্ষা দিব পাৰিব বৰ্ষাশ্ৰীয়ে । গোলাঘাট জিলা কাৰাগাৰ কৰ্তৃপক্ষৰ যোগেদি গোলাঘাট সত্ৰ ন্যায়াধীশ আদালতত পৰীক্ষাত বহিবৰ বাবে অনুমতি বিচাৰি আবেদন জনাইছিল বৰ্ষাশ্ৰীয়ে । বৰ্ষাশ্ৰীৰ আবেদনক মান্যতা গোলাঘাট সত্ৰ ন্যায়াধীশ আদালতৰ । যোৱা দুমাহ ধৰি কাৰাবন্দী হৈ আছে বৰ্ষাশ্ৰী ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.