thumbnail

By

Published : Oct 5, 2022, 10:32 PM IST

ETV Bharat / Videos

হাজাৰ হাজাৰ ভক্তৰ উপস্থিতিত ডিব্ৰুগড়ত দেৱী দুৰ্গাক বিসৰ্জন

ডিব্ৰুগড়ত শান্তি শৃংখলা বজাই ৰাখি দেৱী দুৰ্গাক বিসৰ্জন ব্ৰহ্মপুত্ৰৰ কাছাৰীঘাটত (Vijaya dashami 2022) । জিলাখনৰ মানকটা ৰাজপথত হাজাৰ হাজাৰ ভক্তৰ সমাৱেশ । কাছাৰীঘাটত ৯৩ খন পূজা সমিতিৰ প্ৰতিমা বিসৰ্জন (Durga Idol immersion in Dibrugarh)। নিশা ১০ বজালৈকে চলিল এই বিসৰ্জন প্ৰক্ৰিয়া । নাচ-গানেৰে মহিষমৰ্দিনী দেৱী দুৰ্গাক বিসৰ্জন ভক্তৰ । কাছাৰীঘাটৰ বিসৰ্জনস্থলীত উপায়ুক্ত বিশ্বজিৎ পেগু উপস্থিত হৈ নিৰীক্ষণ কৰিলে সমগ্ৰ বিসৰ্জন প্ৰক্ৰিয়া ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.