thumbnail

এনে এখন মেলা, য’ত পাণ খাই বাচনি কৰা হয় জীৱন সংগী

By

Published : Apr 18, 2022, 10:47 PM IST

বিহাৰৰ পূৰ্ণিয়া জিলাত পৰম্পৰাগতভাৱে অনুষ্ঠিত হয় এক পত্তা মেলা নামৰ এক বিশেষ উৎসৱ (Patta Mela of Purnea) ৷ এই উৎসৱতে এগৰাকী নাৰীয়ে পচন্দৰ জীৱন সংগী বাচি উলিয়াবলৈ ব্যৱহাৰ কৰে বিশেষ নিয়মৰ (Exemption to choose life partner )৷ নিয়ম অনুসৰি, নিজৰ প্ৰেম প্ৰস্তাৱ লৈ যোৱা যুৱকজনে পচন্দৰ যুৱতীগৰাকীক তেওঁৰ পৰা পাণ খাবলৈ আহ্বান জনায় ৷ যদিহে, প্ৰাৰ্থী গৰাকীৰ পৰা যুৱতী গৰাকীয়ে পাণ খায় তেন্তে, নিয়ম অনুসৰি পুৰুষজনে পচন্দৰ পাত্ৰী গৰাকীক নিজৰ ঘৰলৈ লৈ যাব পাৰে ৷ চাও আহক এই বিশেষ পত্তা মেলাখনৰ কিছু দৃশ্যাংশ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.