ETV Bharat / lifestyle

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল...কি কয় জ্যোতিষ শাস্ত্ৰই... - Daily Horoscope For 6th October

আজি তুলা ৰাশিত বিৰাজ কৰিব চন্দ্ৰই ৷ ইয়াৰ ফলত কেনে প্ৰভাৱ পৰিব আপোনাৰ ৰাশিত ? জানিবলৈ পঢ়ক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল...

author img

By ETV Bharat Lifestyle Team

Published : 4 hours ago

Etv Bharat
Etv Bharat (Etv Bharat)

মেষ ৰাশি: আজি দিনটোৰ এটা ভাল আৰম্ভণি হ’ব ৷ শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভালে থাকিব, অৱশ্যে দুপৰীয়াৰ পিচত কোনো নতুন কাম আৰম্ভ নকৰিব ৷ নিজৰ বাক্য আৰু আচৰণৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক ৷ কাৰো ওপৰত ঈৰ্ষা নকৰিব আৰু শত্ৰুৰ পৰা সাৱধান হওক ৷ এই সময়ত কোনো কাম খৰখেদাকৈ নকৰিব ৷ আধ্যাত্মিক প্ৰাপ্তিৰ বাবে দিনটো ভাল ৷ ধ্যান আৰু পূজাৰ দ্বাৰা মন শান্ত হৈ থাকিব ৷ আপোনাৰ পত্নীৰ সৈতে আপোনাৰ সম্পৰ্ক আন্তৰিক হৈ থাকিব ৷ আজি অধিক টকা খৰচ হ’ব ৷

বৃষ ৰাশি: ব্যৱসায়ত খ্যাতি আৰু সফলতা লাভ কৰিব ৷ আপোনাৰ সতীৰ্থ কৰ্মচাৰীৰ পৰা আপুনি সম্পূৰ্ণ সমৰ্থন পাব ৷ আৰ্থিক সুবিধাও থাকিব ৷ দুপৰীয়াৰ পিচত মনোৰঞ্জনত মনোনিৱেশ কৰিব ৷ নতুন কাপোৰ সাজ-পোছাক আৰু ঘৰৰ সৌন্দৰ্য্য বৰ্ধনত ধন ব্যয় কৰিব পাৰে ৷ সন্মান লাভ কৰিব ৷ আজি আপুনি বিনিয়োগৰ সন্দৰ্ভতো কিছুমান ডাঙৰ পৰিকল্পনা কৰিব পাৰে ৷ শিশুৰ লগত জড়িত চিন্তাবোৰ নাইকিয়া হ’ব ৷

মিথুন ৰাশি: আজি আপোনাৰ দিনটো হয়তো কোনো বিশেষ আলোচনাত পাৰ হ'ব ৷ কল্পনাৰে নতুন কিবা এটা কৰিব পাৰিব ৷ কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ শলাগ লোৱা হ'ব ৷ ব্যৱসায়ত নতুন গ্ৰাহক লাভ কৰি আৰ্থিক লাভৰ সম্ভাৱনাও থাকিব ৷ শাৰীৰিক আৰু মানসিকভাৱে সুখী হৈ থাকিব পাৰে ৷ দুপৰীয়াৰ পিচত ব্যৱসায়ত কিছু সমস্যা হ’ব পাৰে ৷ ঘৰখনত শান্তিৰ পৰিবেশে বিৰাজ কৰিব ৷ বিপক্ষৰ ওপৰত জয় লাভ কৰিব ৷ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই সময় উপকাৰী হ’ব ৷

কৰ্কট ৰাশি: আজি আপুনি কিবা কোনো কথাত অধিক চিন্তিত হ’ব ৷ আজি যাত্ৰা পিছুৱাই দিয়ক ৷ স্থায়ী সম্পত্তিৰ ক্ষেত্ৰত আপুনি অতি সাৱধানতা অৱলম্বন কৰিব লাগিব ৷ আজি আপুনি হয়তো আপোনাৰ মাতৃৰ স্বাস্থ্যক লৈ চিন্তিত হৈ পৰিব পাৰে ৷ দুপৰীয়াৰ পিচত আপুনি শাৰীৰিকভাৱে সুস্থ অনুভৱ কৰিব, যদিও নতুন কামত সফলতাৰ সম্ভাৱনা কম ৷ আজি আপুনি অসম্পূৰ্ণ কাম সম্পূৰ্ণ কৰাত অধিক মনোনিৱেশ কৰিব ৷

সিংহ ৰাশি: আজি হয়তো ধৰ্মীয় যাত্ৰা কৰিব পাৰে ৷ আপুনি আজিয়েই যিকোনো ধৰণৰ নতুন কাম আৰম্ভ কৰিব পাৰিব ৷ বহিঃৰাজ্যৰ পৰা লাভজনক খবৰ পোৱাৰ সম্ভাৱনা আছে ৷ মূলধন বিনিয়োগ কৰাসকলৰ বাবে এই সময় ভাল হ’ব ৷ দুপৰীয়াৰ পিচত কোনো কথাক লৈ আপুনি অধিক আৱেগিক হ’ব ৷ আপুনি হয়তো কোনো চিন্তাত পৰিছে ৷ এই সময়ছোৱাত স্বাস্থ্যও দুৰ্বল হৈ থাকিব ৷ স্থায়ী সম্পত্তিৰ সৈতে জড়িত কামৰ বাবে আজি কোনো প্ৰচেষ্টা নকৰিব ৷

কন্যা ৰাশি: আজি কোনো ধৰণৰ সিদ্ধান্ত লোৱাৰ অৱস্থাত নাথাকিব ৷ আজি নতুন কাম আৰম্ভ কৰাটো উপযুক্ত নহয় ৷ বেছিভাগ সময়তে মৌন হৈ থাকিব লাগে, নহ’লে কাৰোবাৰ লগত বিবাদ হ’ব পাৰে ৷ শাৰীৰিক আৰু মানসিক স্বাস্থ্য মধ্যমীয়া হৈ থাকিব ৷ দুপৰীয়াৰ পিচত আপোনাৰ পৰিস্থিতিৰ পৰিৱৰ্তন আহিব ৷ পৰিয়ালৰ আন সদস্যৰ লগত বহি যিকোনো গুৰুত্বপূৰ্ণ বিষয়ৰ সন্দৰ্ভত সিদ্ধান্ত ল’ব পাৰিব ৷ ভ্ৰমণ বা পৰ্যটনৰ আয়োজন কৰা হ’ব ৷ আজি মূলধন বিনিয়োগ কৰাটো আপোনাৰ স্বাৰ্থত হ’ব ৷ সৌভাগ্যৰ দিন ৷

তুলা ৰাশি: আজি দিনটোৰ এটা ভাল আৰম্ভণি হ’ব ৷ সবল মনৰে যিকোনো ধৰণৰ কাম আৰম্ভ কৰিলে সফল হ’ব ৷ কৰ্মক্ষেত্ৰত সময়মতে কাম সম্পূৰ্ণ কৰিব পৰা অৱস্থাত থাকিব ৷ নতুন কাপোৰ-কানি আৰু গহনা ক্ৰয় কৰাত ধন খৰচ কৰা হ’ব ৷ দুপৰীয়াৰ পিছতো আপুনি মানসিকভাৱে দুৰ্বল হৈ থাকিব ৷ এই সময়ত নেতিবাচক চিন্তাই আপোনাক আমনি কৰিব ৷ পৰিয়ালৰ সদস্যৰ লগত থকা মতানৈক্য সমাধান কৰা ৷ সন্ধিয়া কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ নকৰিব ৷ নিজৰ ইগো নিয়ন্ত্ৰণত ৰাখি কাম কৰক ৷

বৃশ্চিক ৰাশি: আজি আপুনি আধ্যাত্মিকতা আৰু ঈশ্বৰৰ প্ৰতি ভক্তিৰ দ্বাৰা মানসিক শান্তি পাব ৷ মনৰ মাজত উদ্ভৱ হোৱা নেতিবাচক আৱেগক নিয়ন্ত্ৰণ কৰাটো প্ৰয়োজনীয় হ’ব ৷ আদালতৰ কাম কৰি থাকোঁতে সাৱধান হওক ৷ শাৰীৰিক স্বাস্থ্যৰ অৱনতি ঘটাৰ সম্ভাৱনা আছে ৷ দুপৰীয়াৰ পিছত কাম সম্পূৰ্ণ হোৱা দেখা যাব ৷ আজি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হব ৷ আপোনাৰ আত্মবিশ্বাস বাঢ়ি অহা দেখা যাব ৷ মনোৰঞ্জনৰ বাবে ব্যয় কৰা হ’ব ধন ৷ আপোনাৰ পত্নীৰ লগত ভাল সময় কটাব ৷

ধনু ৰাশি: আজি আপোনাৰ উপাৰ্জন বৃদ্ধি পাব আৰু লাভ হ’ব ৷ সমাজ কামত অংশ লোৱাটোৱে আপোনাৰ মনটো সুখী কৰি ৰাখিব ৷ কৰ্মক্ষেত্ৰত আপোনাৰ লক্ষ্য সহজেই সম্পন্ন হ’ব ৷ এই সময়ছোৱাত আপুনি সন্মান পাব ৷ ব্যৱসায়ৰ পৰা লাভৰ সম্ভাৱনা আছে ৷ আজি বাহন সাৱধানে চলাওক ৷ দুপৰীয়াৰ পিছত শাৰীৰিক স্বাস্থ্যৰ অৱনতি ঘটাৰ সম্ভাৱনা আছে ৷ আয়তকৈ টকাৰ ব্যয় বেছি হ’ব ৷ নিজৰ বাক্যৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক ৷ কাৰো লগত তৰ্ক নকৰিবা ৷ প্ৰেম জীৱনত ইতিবাচক মনোভাৱ বজাই ৰাখক ৷

মকৰ ৰাশি: স্থায়ী সম্পত্তিৰ কামৰ বাবে আজিৰ দিনটো সৰ্বোত্তম ৷ ব্যৱসায়ত সফলতা লাভ কৰিব ৷ আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে কিছুমান নতুন পৰিকল্পনাৰ ওপৰত কাম কৰিব ৷ আপোনাৰ কামত বিষয়াসকল সুখী হ’ব ৷ আজি পদোন্নতিৰ সম্ভাৱনা আছে ৷ পৰিয়ালৰ পৰিৱেশ ভাল হ’ব ৷ আজি কাৰোবাক ধাৰলৈ দিয়া ধন ঘূৰাই দিব পাৰি ৷ সামাজিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত লাভৱান হ’ব ৷ বন্ধুৰ পৰাও লাভৱান হোৱাৰ সম্ভাৱনা আছে ৷ আজি আপুনি যিকোনো কাম সময়মতে সম্পূৰ্ণ কৰিব পৰা অৱস্থাত থাকিব ৷ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি এটা ভাল সময় ৷

কুম্ভ ৰাশি: আজি ব্যৱসায়ীসকলে সাৱধানে আগবাঢ়িব লাগিব ৷ চাকৰিৰ বিষয়াসকলৰ সৈতে মত বিনিময় কৰাৰ সময়ত অতি সাৱধান হওক ৷ শিশুৰ স্বাস্থ্য বা পঢ়া-শুনাৰ সন্দৰ্ভত চিন্তা হ’ব ৷ দীৰ্ঘদিন থকাৰ পৰিকল্পনা কৰা হ’ব ৷ কোনো ধৰ্মীয় স্থানলৈ ভ্ৰমণ সম্ভৱ ৷ দুপৰীয়াৰ পিছত কৰ্মস্থলীৰ পৰিৱেশ অনুকূল হ’ব ৷ পাৰিবাৰিক জীৱনত সুখ থাকিব ৷ ব্যৱসায়ত অংশীদাৰিত্বৰ কামত সহায় থাকিব ৷ দিনটো সফল আৰু শুভ হ’ব ৷

মীন ৰাশি: কাৰো লগত তৰ্ক নকৰিব ৷ আজি আপোনাৰ খং নিয়ন্ত্ৰণ কৰক ৷ আপুনি ধৰ্মীয় বা জ্যোতিষ সম্পৰ্কীয় বিষয়ত আগ্ৰহী হৈ থাকিব ৷ গভীৰ চিন্তাই আপোনাৰ মনত শান্তি প্ৰদান কৰিব ৷ দুপৰীয়াৰ পিছত সময় অধিক অনুকূল হ’ব ৷ লেখাৰ কামত সক্ৰিয় হৈ থাকিব পাৰিব ৷ বহিঃৰাজ্যত বাস কৰা বন্ধু-বান্ধৱীৰ পৰা খবৰ পাই আপুনি আনন্দিত হ’ব ৷ আজি ব্যৱসায়ত সাৱধানে কাম কৰক ৷ নিয়োজিত লোকসকলে বিষয়াৰ সৈতে আলোচনা আৰু বিতৰ্ক এৰাই চলিব লাগে ৷ স্বাস্থ্য দুৰ্বল হৈ থাকিব পাৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.