আহিনৰ আবতৰীয়া বানৰ কবলত ধেমাজিৰ বিস্তীৰ্ণ অঞ্চল

🎬 Watch Now: Feature Video

thumbnail

By

Published : Oct 9, 2022, 10:59 PM IST

যোৱা দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত পুনৰ ধেমাজিৰ আটাইকেইখন খৰস্ৰোতা নদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছে (Flood in Dhemaji) ৷ আজি লক্ষ্মী পূজাৰ দিনাই পুনৰ জীয়াঢলৰ বাঢ়নী পানীত বুৰিল ধেমাজি জীয়াঢলৰ বিস্তীৰ্ণ অঞ্চল । জীয়াঢল চাৰিআলিৰ পৰা জীয়াঢলৰ ৰে’লৱে ষ্টেচনলৈ যোৱা গড়কাপ্তানি পথটো সম্পূৰ্ণৰূপে জলমগ্ন হোৱাত যাতায়াত ব্যাহত হৈ পৰিছে ৷ কিছুলোকৰ ঘৰৰ ভিতৰত সোমাইছে পানী ৷ আনহাতে জীয়াঢলৰ পাশ্বৱৰ্তী অঞ্চলৰ পথাৰো প্লাৱিত কৰিছে পানীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.