হোজাই আৰক্ষীৰ জালত নকল টকাসহ সৰবৰাহকাৰী

By

Published : Oct 7, 2022, 10:32 PM IST

thumbnail

৬ লাখ নকল টকাসহ আৰক্ষীৰ জালত পৰে চাৰি নকল টকাৰ সৰবৰাহকাৰী (Traffickers in police traps with fake currency) ৷ হোজাই আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ এক গোপন সূত্ৰৰ ভিত্তিত আজি মোৰাঝাৰ আৰু দেৱস্থান আৰক্ষীয়ে হোজাই জিলাৰ দেৱস্থানত অভিযান চলাই জব্দ কৰে নকল টকাখিনি (Rs 6 lakh fake currency seized in Hojai) ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চাৰি নকল টকাৰ সৰবৰাহকাৰী ক্ৰমে আব্দুল কৰিম,কুদ্দুছ আলী,আচৰ আলী,বাচু আলী আৰু বিশ্বজিৎ দাস ৷ আটাইকেইজনৰ ঘৰ ডবকাত বুলি আৰক্ষীয়ে প্ৰকাশ কৰে ৷ আৰক্ষীয়ে ধৃত লোক কেইজনৰ পৰা ৬ লাখ টকাৰ জাল নোট, নগদ ৫০ হাজাৰ টকা আৰু চাৰিটা ম'বাইলসহ বিভিন্ন আপত্তিজনক নথি পত্ৰ আৰক্ষীয়ে জব্দ কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.