ETV Bharat / bharat

ইশ্বৰৰ উপাসনাত সুখ লাভ কৰ্কট ৰাশিৰ...মিথুন ৰাশিৰ চৰকাৰী কামত দূৰ হ’ব বাধা...কি কয় আপোনাৰ দিনটোৰ ৰাশিফলে ? - Daily Horoscope For 29th June

author img

By ETV Bharat Assamese Team

Published : Jun 29, 2024, 12:03 AM IST

Daily Horoscope: আজি মীন ৰাশিত বিৰাজ কৰিব চন্দ্ৰ ৷ ইয়াৰ ফলত কেনে প্ৰভাৱ পৰিব ৰাশিসমূহত, জানিবলৈ পঢ়ক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 29th June 2024
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল (ETV Bharat)

মেষ ৰাশি: শাৰীৰিক আৰু মানসিক অসুস্থতাৰ সন্মুখীন হ’ব পাৰে ৷ চিকিৎসকৰ পৰামৰ্শ অবিহনে কোনো ঔষধ গ্ৰহণ নকৰিব ৷ আজি কোনো সামাজিক বা ধৰ্মীয় কামত ধন খৰচ কৰাৰ পৰিস্থিতিৰ সৃষ্টি হ’ব ৷ বিনিয়োগৰ ক্ষেত্ৰত সাৱধান হওক ৷ মাতৃৰ স্বাস্থ্যৰ যত্ন লওক ৷ সিদ্ধান্ত ক্ষমতাৰ অভাৱ হ’ব ৷ কৰ্মক্ষেত্ৰত কামৰ বোজা বেছি হ’ব পাৰে ৷ মানসিক চাপ লোৱাৰ পৰা আঁতৰি থাকক ৷

বৃষ ৰাশি: আপোনাৰ ব্যৱসায় আৰু উপাৰ্জন বৃদ্ধি পাব ৷ কাৰ্যালয়ৰ সহকৰ্মীসকলে আপোনাক সহায় কৰিব ৷ নতুন মানুহৰ পৰা আপুনি উপকৃত হ’ব পাৰে ৷ আৰ্থিক বিষয় সন্দৰ্ভত চৰম উৎসাহেৰে সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব লাগিব ৷ পত্নীৰ সৈতে সম্পৰ্ক উন্নত হ’ব ৷ প্ৰেমৰ সম্পৰ্কত সংগীৰ অনুভৱক সন্মান কৰক ৷ শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভাল হ’ব ৷

মিথুন ৰাশি: আজি আপোনাৰ সকলো কাম সহজে সম্পূৰ্ণ হ'ব ৷ ঘৰ, কাৰ্যালয় আৰু সামাজিক এলেকাত অনুকূল পৰিৱেশৰ বাবে আপুনি সুখী অনুভৱ কৰিব ৷ সন্মান বাঢ়িব ৷ ঘৰুৱা জীৱনত সুখ থাকিব আৰু উত্তম সাংসাৰিক সুখ লাভ কৰিব পাৰিব ৷ প্ৰেম জীৱনত আপোনাৰ সংগীৰ পৰাও পাব পাৰে বিশেষ উপহাৰ ৷ আজি চৰকাৰী কামত থকা বাধাবোৰ দূৰ হ’ব ৷ আৰ্থিক অৱস্থা সন্তোষজনক হ’ব ৷

কৰ্কট ৰাশি: আজি আপুনি ধৰ্মীয় কামত ব্যস্ত হ’বলৈ ওলাইছে ৷ কোনোবা ধৰ্মীয় স্থানত গৈ আপুনি সুখী হ’ব ৷ বন্ধু-বান্ধৱীৰ সৈতেও ভাল সময় কটাব পাৰিব ৷ ব্যৱসায়ত উন্নতি লাভ কৰিব পাৰে ৷ চাকৰিত লাভ হ’ব পাৰে ৷ হঠাৎ আৰ্থিক লাভৰ সম্ভাৱনাও আছে ৷ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা সময় অনুকূল ৷ পৰিয়ালৰ সৈতেও ভাল সময় পাৰ কৰিব ৷

সিংহ ৰাশি: আজি আপুনি আপোনাৰ স্বাস্থ্যৰ যত্ন ল’ব লাগিব ৷ চিকিৎসাৰ বাবে ধন খৰচ কৰাৰ সম্ভাৱনা আছে ৷ নেতিবাচক চিন্তাই আপোনাক ভুল পথত লৈ যাব পাৰে ৷ আজি কাৰ্যালয়ত মন নবহিব ৷ পৰিয়ালৰ সদস্যৰ লগত বিবাদ হ’ব পাৰে ৷ নিয়মৰ বিৰুদ্ধে কৰা কামৰ ফলত মানহানি ৷ আধ্যাত্মিকতাৰ পৰা সকাহ লাভ কৰিব ৷ হতাশা আৰু চিন্তাই আপোনাৰ ক্ষতিহে কৰিব গতিকে ইয়াক ত্যাগ কৰক ৷

কন্যা ৰাশি: সামাজিক আৰু ৰাজহুৱা খণ্ডত লাভৱান হ’ব ৷ বন্ধু-বান্ধৱীৰ পৰা বিশেষ সুবিধা লাভ কৰিব ৷ আপুনি বিবাহিত জীৱনত সুখৰ মুহূৰ্ত অনুভৱ কৰিব ৷ নতুন কাপোৰ আৰু গহনা কিনি পিন্ধাৰ সুযোগ লাভ কৰিব ৷ অংশগ্ৰহণৰ বাবে সময় অনুকূল ৷ অংশীদাৰিত্বৰ জৰিয়তে আপোনাৰ ব্যৱসায়ক আগুৱাই নিয়াৰ পৰিকল্পনাত কাম কৰিব পাৰে ৷ নিয়োজিত লোকৰ বাবেও দিনটো অনুকূল হ’ব ৷ স্বাস্থ্যৰ বাবে ব্যায়াম বা ধ্যান-ধাৰণাৰ দৰে কামত কৰিব পাৰে ৷

তুলা ৰাশি: নিয়োজিত লোকৰ বাবে আজিৰ দিনটো অতি উপকাৰী ৷ কৰ্মচাৰীয়ে নিজৰ কামত খ্যাতি আৰু সফলতা লাভ কৰিব ৷ কাৰ্যালয়ত সহকৰ্মীসকলৰ পৰা সমৰ্থন পাব ৷ ব্যৱসায়ৰ বাবেও লাভজনক দিন ৷ পৰিয়ালৰ পৰিৱেশ ভাল হ’ব ৷ মাতৃৰ ফালৰ পৰা ভাল খবৰ পাব ৷ স্বাস্থ্য ভাল হ’ব ৷ ছাত্ৰ-ছাত্ৰীয়ে পঢ়া-শুনাত সফলতা লাভ কৰিব ৷ ধন লাভ ৷ কঠোৰ পৰিশ্ৰমৰ জৰিয়তে অগ্ৰগতি লাভ কৰিব ৷ শিশুৰ পৰা ভাল খবৰ পাব ৷

বৃশ্চিক ৰাশি: আজি ভ্ৰমণ নকৰিব ৷ স্বাস্থ্য ভালে নাথাকিব পাৰে ৷ শিশুৰ সন্দৰ্ভত সমস্যাৰ সৃষ্টি হ’ব ৷ আপোনাৰ আত্মসন্মান যাতে ভাঙি নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখিব ৷ অৱশ্যেY আৰ্থিক পৰিকল্পনাৰ বাবে সময় ভাল ৷ কৰ্মক্ষেত্ৰত আনৰ লগত ভাল আচৰণ কৰা উচিত ৷ আজিয়েই আপোনাৰ অসম্পূৰ্ণ কাম সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক ৷

ধনু ৰাশি: আজি মনত উদ্ভৱ হোৱা খেলি-মেলিৰ বাবে আপুনি মানসিক উদ্বেগ অনুভৱ কৰিব ৷ স্বাস্থ্যৰ সন্দৰ্ভত আজি ভাল দিন নহ’বও পাৰে ৷ মাতৃৰ স্বাস্থ্যৰ যত্ন লওক ৷ অনিদ্ৰাই আপোনাক যন্ত্ৰণা দিব ৷ পানী থকা ঠাইৰ পৰা আঁতৰি থকাটো উপকাৰী ৷ আজি কৰ্মক্ষেত্ৰত আপুনি আনৰ কামত হস্তক্ষেপ কৰাৰ পৰিৱৰ্তে নিজৰ কামৰ প্ৰতি মনোনিৱেশ কৰা উচিত, অন্যথা বিবাদৰ সম্ভাৱনা দেখা যাব পাৰে ৷

মকৰ ৰাশি: আজি আপুনি কৌশলৰ জৰিয়তে শত্ৰুক পৰাস্ত কৰিব ৷ নতুন কাম আৰম্ভ কৰিবলৈ সাজু থাকক ৷ সফলতা পাব ৷ আপোনাৰ সকলো কাম সফল হ’ব ৷ ব্যৱসায়ত লাভ হ’ব ৷ বন্ধু-বান্ধৱ, আত্মীয়-স্বজন আৰু ভাই-ভনীৰ লগত সম্প্ৰীতি থাকিব ৷ মনৰ বিভ্ৰান্তিৰ সমাধান হ’ব ৷ ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়নৰ প্ৰতি আগ্ৰহী হ’ব ৷ তেওঁলোকে সফলতা লাভ কৰিব ৷ আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা উপকাৰী ৷

কুম্ভ ৰাশি: মনৰ খেলিমেলিৰ বাবে কোনো সুনিৰ্দিষ্ট সিদ্ধান্তত উপনীত হ’ব নোৱাৰিব ৷ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ নকৰিব ৷ বাক্যৰ ওপৰত নিয়ন্ত্ৰণ নথকাৰ ফলত পৰিয়ালৰ সদস্যৰ লগত অসন্মতিৰ সম্ভাৱনা আছে ৷ ধর্মীয় কামত ব্যয় হ’ব ৷ স্বাস্থ্যৰ অৱনতি ঘটিব ৷ ছাত্ৰ-ছাত্ৰীৰ বাবে সময় মধ্যমীয়া ৷ নেতিবাচক চিন্তাৰ পৰা আঁতৰি থাকক ৷ আজি ব্যৱসায়ত কোনো নতুন পৰিকল্পনা নকৰিব ৷

মীন ৰাশি: আজি আপুনি আনন্দ আৰু উৎসাহ অনুভৱ কৰিব ৷ নতুন কাম আৰম্ভ কৰাটো লাভজনক হ’ব পাৰে ৷ বন্ধু-বান্ধৱ আৰু আপোনজনৰ সৈতে সুস্বাদু খাদ্যৰ সোৱাদ লোৱাৰ সম্ভাৱনা আছে ৷ আয়ৰ নতুন উৎস লাভ কৰিব ৷ বিষয়াসকলে আপোনাৰ কামৰ প্ৰশংসা কৰিব ৷ ব্যৱসায়ত লাভৰ সম্ভাৱনা আছে ৷ বৈবাহিক জীৱনত সুখ থাকিব ৷ পৰিয়ালত সুখ আৰু শান্তি বিৰাজ কৰিব ৷ শিশুৰ লগত জড়িত চিন্তাবোৰ নাইকিয়া হৈ যাব ৷

লগতে পঢ়ক: এই সপ্তাহত বহুকেইটা ৰাশিৰ সুখ-সমৃদ্ধি বৃদ্ধি...বিবাহিতসকলে লাভ কৰিব জীৱনসংগীৰ সমৰ্থন...চাওক কেনে যাব আপোনাৰ এই সপ্তাহটো ? - Weekly Horoscope

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.