ETV Bharat / state

ৰাশিফল অনুসৰি দিনটো কেনে যাব আপোনাৰ... - DAILY HOROSCOPE

জ্যোতিষশাস্ত্ৰৰ মতে আজিৰ দিনটো আপোনাৰ বাবে কিমান ভাল বা বেয়া হ'ব ? দিনটোৰ ৰাশিফল পঢ়ো আহক...

Daily Horoscope for 10th February 2025
ৰাশিফল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Feb 10, 2025, 6:49 AM IST

  1. মেষ ৰাশি : আজি কোনো লাভ বা ক্ষতি নাই । কঠোৰ পৰিশ্ৰম কৰিলে ভাল ফল লাভ হʼব ৷ বন্ধুৰ লগত পাৰ্টী হʼব পাৰে ৷ প্ৰেমত শুভ ৷
  2. বৃষ ৰাশি : ভাগ্য ভাল ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব ৷ ব্যৱসায় বৃদ্ধি, লাভ অৰ্জন ৷ পৰিয়ালৰ লগত ৰাতিৰ খানা ভাল হʼব ৷
  3. মিথুন ৰাশি : কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷ এলেহুৱা ভাব আহিব পাৰে ৷ ইয়াৰ প্ৰভাৱ কর্মত পৰিব ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হোৱাৰ যোগ ৷
  4. কৰ্কট ৰাশি : জীৱনত ভাল সফলতা লাভ ৷ পুৰণি ঘৰটো নতুন পৰিকল্পনাৰে ন-গৃহলৈ পৰিণত কৰিব পাৰে ৷ দিনটো প্ৰায় ভাল ৷
  5. সিংহ ৰাশি : দিনটো সক্ৰিয় অনুভৱ হʼব ৷ গুৰুত্বপূৰ্ণ নিৰ্ণয় ল’বলৈ সক্ষম নহ’বও পাৰে ৷ আজি ভাগ্য ভাল ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ ব্যৱসায়ত সফল ৷ ব্যৱসায় বৃদ্ধিত লাভ হʼব ৷
  6. কন্যা ৰাশি : আপোনাৰ আজি ধাৰণা ভাল হʼব ৷ স্থিতি সফল ৷ কৰ্মজীৱনত ভাল বন্ধু লাভ ৷ দিনটো সক্ৰিয় অনুভৱ হʼব ৷ প্ৰশংসা লাভ ৷ সন্ধিয়া আপুনি আপোনাৰ নিজৰ প্ৰেমাস্পদৰ লগত কটাব ৷ মানসিক আৰু শাৰীৰিক চিন্তা ভাল হʼব ৷ পুৰণি ঘৰটো নতুন পৰিকল্পনাৰে ন-গৃহলৈ পৰিণত কৰিব পাৰে ৷ কাঠৰ বস্তু কিনিব পাৰে ৷
  7. তুলা ৰাশি : মানসিক হতাশা হʼব পাৰে ৷ লʼৰা-ছোৱালীৰ সৈতে তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ কর্ম জীৱনত অশান্তি ৷
  8. বৃশ্চিক ৰাশি : নিজৰ ব্যৱসায় বা কর্মত মনোযোগ দিয়ক ৷ যুক্তিৰে সকলো কথা চিন্তা কৰক ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷ খৰচ বৃদ্ধি ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল ৷
  9. ধনু ৰাশি : দিনটো সক্ৰিয় অনুভৱ হʼব ৷ ৰোমাঞ্চকৰ কাৰ্যত ভাগ ল’ব ৷ যিজন ধৈৰ্যশীল হয় তেওঁ লাভৱান হ’ব ৷ সন্ধিয়াটো প্ৰায় ভাল হʼব ৷
  10. মকৰ ৰাশি : লʼৰা-ছোৱালীৰ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিয়ক ৷ কর্মত ব্যস্ততা বৃদ্ধি ৷ ইয়াৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷
  11. কুম্ভ ৰাশি : নিজৰ ব্যৱসায় আৰু কর্মত মনোযোগ দিয়ক ৷ লক্ষ্যত সফল ৷
  12. মীন ৰাশি : দিনটো শুভ ৷ ৰোমাঞ্চকৰ পাৰ্টী কৰিবলৈ মন হ’ব পাৰে ৷ শুভবাৰ্তা লাভ ৷ বহুতো ব্যক্তিৰ লগত সংযোগ স্থাপন হʼব ৷ কৰ্মজীৱনত ভাল বন্ধু লাভ ৷ প্ৰেমত মধ্যমীয়া, বাধা আহিব পাৰে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.