ETV Bharat / health

খুবেই খঙাল হয় এই ৩ ৰাশিৰ জাতক-জাতিকা : ভুলতেও জোকাই নল’ব - Most Angry Zodiac Sign

author img

By ETV Bharat Assamese Team

Published : Jun 27, 2024, 6:33 PM IST

Most Angry Zodiac Sign: জ্যোতিষ শাস্ত্ৰত সকলো ৰাশিৰ প্ৰকৃতিৰ বিষয়ে উল্লেখ কৰা হৈছে ৷ কাৰ স্বভাৱ কেনেকুৱা সেয়া ৰাশিৰ জৰিয়তে জানিব পৰা যায় ৷ ঠিক তেনেদৰে ৰাশিচক্ৰত এনে কেইটামান ৰাশি আছে যাৰ অতিপাত খং উঠে আৰু ভুলতেও এনে লোকক জোকাই লোৱাৰ ভুল কৰাটো উচিত নহয় ৷ জানো আহক এই ৰাশিসমূহনো কি ?

Zodiac signs who suffer a lot because of their short temper
খুবেই খঙাল হয় এই ৩ ৰাশিৰ জাতক-জাতিকা; ভুলতেও জোকাই নল’ব (FREEPIK)

সকলো ৰাশিৰ বিষয়ে জ্যোতিষ শাস্ত্ৰত উল্লেখ কৰা হৈছে । ৰাশিৰ মতে ব্যক্তিজনৰ স্বভাৱ আৰু বৈশিষ্ট্য কি এয়া আমি জানিব পাৰো । ৰাশিচক্ৰ অনুযায়ী প্ৰত্যেকৰে পচন্দ অপচন্দো বেলেগ বেলেগ হয় । কিন্তু আজি আমি জানিম যে জ্যোতিষশাস্ত্ৰ মতে, এনে কোনবোৰ ৰাশি আছে যাৰ খং অতি বেছি আৰু শেষত খঙত নিজৰ ক্ষতিও কৰে । এই ৰাশিৰ লোকসকলৰ বিষয়ে জানো আহক, যাৰ লগত ভুলতেও ধেমালি কৰাৰ ভুল নকৰিব ।

মেষ ৰাশি

জ্যোতিষ শাস্ত্ৰৰ মতে, মেষ ৰাশিৰ প্ৰভু হৈছে মংগল গ্ৰহ । মংগল গ্ৰহৰ প্ৰভাৱৰ বাবে এই ৰাশিৰ লোকসকল অতিশয় খঙাল স্বভাৱৰ হয় । এইসকল লোকৰ খং উঠিলে তেওঁলোকক শান্ত কৰাটো অতি কঠিন হৈ পৰে । কেৱল এয়াই নহয়, এই লোকসকলে যিকোনো কথাই অতি সোনকালে হৃদয়ত লয় । লগতে এই লোকসকলে খং উঠিলে নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰে ।

বৃষ ৰাশি

জ্যোতিষ শাস্ত্ৰৰ মতে, এই ৰাশিৰ প্ৰতীক হৈছে ষাঁড় গৰু । এই ৰাশিৰ লোক যে অতি পৰিশ্ৰমী এই ৰাশিৰ পৰাই বুজা যায় । অৱশ্যে এই ৰাশিৰ মানুহবোৰৰ বৰ খং উঠে । এই লোকসকলে ভুল কামো নকৰে আৰু ভুল কাম কৰাটোও সহ্য নকৰে । যদি তেওঁলোকে কোনোবাই তেওঁলোকক কৰা সমালোচনা বা কোনো গোপন কথা গম পায় যিটো তেওঁলোকৰ সৈতে জড়িত তেন্তে তেওঁলোকে নিজৰ মনৰ ভিতৰত ৰাখে আৰু খঙৰ জৰিয়তে নিজৰ হতাশা উলিয়াই দিয়ে । খঙত তেওঁলোকে যিকোনো ব্যক্তিক যিকোনো কথা কৈ দিয়ে আৰু শেষত নিজৰ ক্ষতি কৰে ।

সিংহ ৰাশি

সিংহ ৰাশিৰ লোকসকল অতি জেদী প্ৰকৃতিৰ । যদিও সিংহ ৰাশিৰ লোকসকল অতি আত্মবিশ্বাসী । এই মানুহবোৰো স্বভাৱত বৰ খঙাল প্ৰকৃতিৰ হয় । যদি তেওঁলোকৰ এবাৰ খং উঠে তেন্তে সেই খঙক যদি আপুনি শান্ত কৰিবলৈ কয়, তেন্তে শান্ত হোৱাৰ ঠাইত তেওঁলোকৰ খং আৰু বাঢ়ি যায় । এনে মানুহৰ কেতিয়া কোনটো কথা বেয়া লাগিব পাৰে কোনেও নাজানে । তেওঁলোকৰ খং বৰ প্ৰবল । বেছিভাগেই এই লোকসকলেও খঙত নিজৰ ক্ষতি কৰে ।

লগতে পঢ়ক: আহাৰ পূৰ্ণিমা তিথিত সৌভাগ্যৰ দুৱাৰ খোল খাব এই ৩টা ৰাশিৰ জাতক-জাতিকাৰ - Ashada Purnima

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.