ETV Bharat / bharat

ৰাশিফল অনুসৰি চলিত সপ্তাহত প্ৰেম, শিক্ষা, ব্যৱসায়, কৰ্ম আদিৰ কেনে ফলাফল লাভ কৰিব ? - Weekly Horoscope

author img

By ETV Bharat Assamese Team

Published : Jun 23, 2024, 9:39 PM IST

Weekly Horoscope: ৰাশিফল অনুসৰি এই চলিত সপ্তাহতো প্ৰেম, শিক্ষা, ব্যৱসায়, কৰ্ম আদিৰ কেনে ফলাফল লাভ কৰিব ? এই সন্দৰ্ভত জনালে জ্যোতিষ সম্ৰাট ড৹ হেমাংগ শাস্ত্ৰীয়ে ।

Horoscope
ৰাশিফল অনুসৰি চলিত সপ্তাহত প্ৰেম, শিক্ষা, ব্যৱসায়, কৰ্ম আদিৰ কেনে ফলাফল লাভ কৰিব ? (ETV Bharat)

মেষ ৰাশি: মেষ ৰাশিৰ জাতক-জাতিকাসকলে চলিত সপ্তাহটোত প্ৰেম, বৈবাহিক জীৱনত ভাল ফল লাভ কৰিব ৷ খৰচ বৃদ্ধি হ'ব যদিও আয় একেই থাকিব ৷

বৃষ ৰাশি: বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ কৰ্মক্ষেত্ৰত নতুন কোনো যোগাযোগ আহিব পাৰে ৷ ব্যৱসায়ৰ ক্ষেত্ৰতো কোনো নতুন যোগাযোগ আহিব পাৰে ৷ প্ৰেম, বৈবাহিক জীৱনত ভাল ফল লাভ কৰিব ৷

মিথুন ৰাশি: মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ সকলো ক্ষেত্ৰতে এই সপ্তাহত ভাল ৷ হঠাৎ আয় বৃদ্ধি হ'ব পাৰে ৷ ব্যৱসায়ীসকলৰ বাবে এই সপ্তাহতো ভাল ৷ প্ৰেমৰ ক্ষেত্ৰতো এই সপ্তহতো ভালেই যাব ৷

কৰ্কট ৰাশি: কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ এই সপ্তাহত আয় বৃদ্ধি হ'ব ৷ প্ৰেমৰ ক্ষেত্ৰত বাধা আহিব পাৰে সেয়ে সম্পর্কৰ ক্ষেত্ৰত কিছু সাৱধান হ’লে ভাল ৷

সিংহ ৰাশি: সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ এই সপ্তাহত নাম-যশ-খ্যাতি আদি বৃদ্ধিৰ যোগ আছে ৷ প্ৰেম, বৈবাহিক জীৱনত ভাল ফল লাভ কৰিব ৷ নতুন প্রেমৰ যোগাযোগ আহিব পাৰে ৷

কন্যা ৰাশি: কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ চলিত সপ্তাহত ভাগ্য উদয় হ'ব ৷ আয় বৃদ্ধি হোৱাৰ লগতে কৰ্মস্থান আদিকে ধৰি সকলো ক্ষেত্ৰতে উন্নতি হ'ব ৷

তুলা ৰাশি: তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ চলিত সপ্তাহটোত সকলো ক্ষেত্ৰতে ভাল ফলাফল লাভ কৰিব ৷ ভ্ৰমণৰ যোগ ৷ আয়, প্ৰেম আদিত ভাল ফলাফল লাভ কৰিব ৷

বৃশ্চিক ৰাশি: বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলে খঙক নিয়ন্ত্ৰণত ৰখাটো উচিত ৷ প্ৰেমৰ ক্ষেত্ৰত সংযম হৈ থাকিব লাগিব ৷ আয় বৃদ্ধি হ'ব ৷

ধনু ৰাশি: ধনু ৰাশিৰ জাতিক-জাতিকাসকলৰ ক্ষেত্ৰত চলিত সপ্তাহ সকলো ক্ষেত্ৰতে ভাল ফলাফল লাভ কৰিব ৷ প্ৰেম, শিক্ষা, ব্যৱসায় আদিৰ ক্ষেত্ৰত এই সপ্তাহত ভাল ফলাফল লাভ কৰিব ৷

মকৰ ৰাশি: মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ কৰ্মক্ষেত্ৰত বাধা আহিব পাৰে ৷ উপাৰ্জনৰ দিশটো ঠিকেই থাকিব ৷ বাকী অনান্য ক্ষেত্ৰত এই সপ্তাহত ভালফল লাভ কৰিব ৷

কুম্ভ ৰাশি: কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলে এই সপ্তাহত স্বাস্থ্য, প্ৰেমৰ ক্ষেত্ৰত অলপ ধ্যান দিব লাগিব ৷ প্ৰেমৰ ক্ষেত্ৰত বাধা আহিব পাৰে ৷ কিন্তু ব্যৱসায়ৰ ক্ষেত্ৰত আপুনি ভাল ফলাফল পাব পাৰে এই সপ্তাহত নতুন কৰ্মৰ যোগাযোগ পাব পাৰে ৷

মীন ৰাশি: মীন ৰাশিৰ জাতক-জাতিকাসকলৰ চলিত সপ্তাহত প্ৰেম, কৰ্ম, ব্যৱসায়, শিক্ষা আদিৰ ক্ষেত্ৰত ভাল ফল লাভ কৰিব ৷ হঠাৎ আয় বৃদ্ধি হ'ব পাৰে ৷

লগতে পঢ়ক: এই সপ্তাহত বহুকেইটা ৰাশিৰ সুখ-সমৃদ্ধি বৃদ্ধি...বিবাহিতসকলে লাভ কৰিব জীৱনসংগীৰ সমৰ্থন...চাওক কেনে যাব আপোনাৰ এই সপ্তাহটো ? - Weekly Horoscope

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.