সংগীত পৰিচালক অভিজিৎ দাসৰ সৈতে এইবাৰৰ 'সঁফুৰা' - সংগীত পৰিচালক অভিজিৎ দাসৰ সৈতে এইবাৰৰ 'সঁফুৰা'
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-9855184-thumbnail-3x2-uijpg.jpg)
সংগীতৰ এক ৰসাল সন্ধিয়া ইটিভি ভাৰতৰ সঁফুৰা অনুষ্ঠানত ৷ এইবাৰৰ অতিথি হৈছে সংগীত পৰিচালক তথা কণ্ঠশিল্পী অভিজিৎ দাস ৷ অভিজিতৰ সৈতে উপভোগ কৰো আহক এইবাৰৰ সঁফুৰা ৷ অনুষ্ঠান উপভোগ কৰিবলৈ লগ ইন কৰক www.etvbharat.com