ISC পৰীক্ষাত শীৰ্ষ স্থানপ্ৰাপ্ত অস্মিতা কাকতিৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ

By

Published : Jul 26, 2021, 7:53 PM IST

thumbnail

দেওবাৰে ঘোষিত হোৱা CISCE ৰ ফলাফলত উজলিছে অসমৰ এগৰাকী ছাত্ৰী ৷ পৰিষদৰ অন্তৰ্গত ব’ৰ্ড অৱ ইণ্ডিয়ান স্কুল চাৰ্টিফিকেট (ISC) ৰ দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত কলা শাখা (Arts Stream)ত শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে ছাত্ৰীগৰাকীয়ে ৷ বিশ্বনাথ জিলা (Biswanath District)ৰ নিৱাসী অস্মিতা কাকতিয়ে (Ashmita Kakati) বালিপৰাৰ আছাম ভেলী স্কুল (Assam Valley School) ৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৷ চাওক মেধাৱী ছাত্ৰী অস্মিতা কাকতিৰ সৈতে ইটিভি ভাৰত (ETV Bharat)ৰ এক আছুতীয়া সাক্ষাৎকাৰ...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.