Drugs seized in Golaghat: গোলাঘাটত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান - গোলাঘাটত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
🎬 Watch Now: Feature Video

গোলাঘাটৰ এৰেঙাপাৰাৰ পৰা শুকুৰবাৰে আৰক্ষীয়ে ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ কৰে(Drugs seized in Golaghat) । ড্ৰাগছসহ গ্ৰেপ্তাৰ হোৱা যুৱকজন বাবু দাস বুলি জানিব পৰা হৈছে(Drug Smuggler Arrested in Golaghat) । বাবু দাসৰ বাসগৃহত অভিযান চলাই প্ৰায় ৩৪ গ্ৰাম ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে(Assam police anti drug campaign) ৷ বাবু দাসৰ ঘৰ গোলাঘাটৰ এৰেঙাপাৰাত । পূৰ্বতে বাবু দাসৰ ড্ৰাগছৰ প্ৰতি আসক্তি থকাৰ অভিযোগ আছে ।