thumbnail

ড্ৰাগছৰ ঘাটি স্বৰূপ অসম-নগালেণ্ড সীমান্তৰ নামতোলাত নিচা মুক্তি কেন্দ্ৰ মুকলি

By

Published : Jul 1, 2022, 8:39 PM IST

ড্ৰাগছৰ ঘাটি স্বৰূপ অসম-নগালেণ্ড সীমান্তৰ নামতোলাত নিচা মুক্তি কেন্দ্ৰ স্থাপন (Drug rehabilitation center opened at Sonari) ৷ শুকুৰবাৰে সোণাৰিৰ নামতোলাত চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক যুৱৰাজে নিচামুক্তি কেন্দ্ৰ এটা উদ্বোধন কৰে ৷ হ'প ফাউণ্ডেশ্যনৰ (Hope Foundation) উদ্যোগত নিষিদ্ধ ড্ৰাগছ, গাঞ্জা তথা অন্যান্য নিচাজাতীয় দ্ৰব্যৰ ৰমৰমীয়া বেহা বেপাৰৰ কেন্দ্ৰ স্বৰূপ হিচাপে জনাজাত সোণাৰিৰ নামতোলাত স্থাপন কৰা এই নিচামুক্তি কেন্দ্ৰ উদ্বোধনী অনুষ্ঠানত নগালেণ্ডৰ টিজিত ষ্টুডেণ্ট ইউনিয়ন, কন্যাক ইউনিয়নৰ বিষয়ববীয়াও উপস্থিত থাকে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.