৩৩ শতাংশ মাচুল বৃদ্ধিক কেন্দ্ৰ কৰি উত্তাল ডিব্ৰুগড় বিশ্ববিদ্যালয় - ছাত্ৰ একতা সভা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 24, 2022, 7:59 AM IST

নতুন শিক্ষাবৰ্ষৰ আৰম্ভণিৰ পূৰ্বেই ডিব্ৰুগড় বিশ্ববিদ্যালয়ত মাচুল বৃদ্ধিৰ সিদ্ধান্ত‌ গ্ৰহণ কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই । বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য অধ্যাপক ড৹ জিতেন হাজৰিকাই লোৱা মাচুল বৃদ্ধিৰ সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ স্নাতকোত্তৰ মহলাৰ ছাত্ৰ একতা সভা (Dibrugarh University students protest against fee hike)। বিশ্ববিদ্যালয় প্ৰশাসনৰ সিদ্ধান্তক স্বেচ্ছাচাৰী আৰু ছাত্ৰ সমাজ বিদ্বেষী আখ্যা দি মঙ্গলবাৰে সন্ধিয়া উপাচাৰ্যৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ । বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ৩৩ শতাংশ মাচুল বৃদ্ধিৰ বাবে লোৱা এই সিদ্ধান্ত কোনো পধ্যে মানি নোলোৱাৰ হুংকাৰ প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীৰ । মাচুল হ্ৰাস নকৰিলে এলানি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়নৰো হুংকাৰ PGSUৰ শীক্ষাৰ্থীসকলৰ ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.