ETV Bharat / state

ৰাশিফল অনুসৰি কেনে যাব আপোনাৰ আজিৰ দিনটো... - DAILY HOROSCOPE

প্ৰেম, স্বাস্থ্য বা কেৰিয়াৰৰ দিশত কেনে যাব আজিৰ দিনটো ? জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল...

Daily horoscope for 4th January 2025
ৰাশিফল অনুসৰি কেনে যাব আপোনাৰ আজিৰ দিনটো... (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jan 4, 2025, 6:41 AM IST

মেষ ৰাশি : দিনটো শুভ ৷ সামাজিক কাম আৰু পৰোপকাৰী কামে আনন্দিত কৰিব ৷ বন্ধুৰ লগত খৰছ হ’ব পাৰে ৷ প্ৰিয়জনক উপহাৰ দিব ৷ প্ৰিয়জনৰ লগত ৰোমান্তিক ভ্ৰমণৰ যোগ ৷

বৃষ ৰাশি : দিনটো শুভ ৷ নতুন অধ্যয়নৰ বাবে সক্ৰিয় অনুভৱ কৰিব | কঠোৰ পৰিশ্ৰমৰ মাজত আনন্দিত হ’ব ৷

মিথুন ৰাশি : পৰিয়াল বা আপোনজনৰ লগত পাটী হʼব পাৰে ৷ ব্যৱসায় আৰু কর্মত ব্যস্ত হʼব ৷ কর্মৰ খাতিৰত বাহিৰলৈ সৰু যাত্ৰা হʼব পাৰে ৷ এই যাত্ৰাৰ ফলত কৰ্ম-ব্যৱসায়ত সফল হ’ব ৷

কৰ্কট ৰাশি : কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব ৷ লক্ষ্য সফল ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷ নতুন ব্যৱসায়ত অধিক ব্যস্ত হʼব ৷ প্ৰশংসা লাভ ৷

সিংহ ৰাশি : দিনটো কিছু কঠিন হ’ব ৷ কঠোৰ পৰিশ্ৰমৰ ফল নাপাবও পাৰে ৷ এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ দিনটো খেলিমেলি হʼব পাৰে ৷

কন্যা ৰাশি : দিনটো মধ্যমীয়া ৷ কৰ্মত প্ৰায় সফল হʼব ৷ জ্যেষ্ঠৰ পৰা পৰামৰ্শ লোৱা ভাল হʼব ৷ ব্যক্তিগত জীৱনত সুখী হোৱাটো নিজৰ ওপৰত নিৰ্ভৰ কৰে ।

তুলা ৰাশি : দিনটো শুভ ৷ নতুন ব্যৱসায় আৰম্ভণি কৰিব পাৰে ৷ নিজৰ কৰ্মত মনোযোগ দিয়ক ৷ কৰ্মত অধিক ব্যস্ত হʼব ৷ ভাগ্য ভাল ৷

বৃশ্চিক ৰাশি : আজি সৰু যাত্ৰা হʼব পাৰে ৷ মানসিক আৰু শাৰীৰিকভাৱে কিছু অসুবিধাৰ সন্মুখীন হ’ব ৷

ধনু ৰাশি : ব্যৱসায়ত অধিক ব্যস্ত হʼব ৷ সহজে কৰ্ম সম্পন্ন কৰিব পাৰিব ৷ কর্ম ব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱন পৰিব ৷

মকৰ ৰাশি : দিনটো খেলিমেলি হʼব পাৰে ৷ কর্মত অধিক মনোযোগ দিয়ক ৷ নতুন পৰিকল্পনা নকৰিব ৷ ধৈৰ্যশীল হ’লে লাভৱান হ’ব ৷

কুম্ভ ৰাশি : মনটোক জীৱনৰ অনাৱশ্যকীয় চিন্তাধাৰাৰ পৰা আঁতৰাই ৰাখক ৷ এলেহুৱা-নিৰুৎসাহিত নহʼব ৷ প্ৰেমত শুভ ৷

মীন ৰাশি : বিবাহিতৰ বাবে দিনটো ভাল ৷ প্ৰেমত শুভ ৷ পৰিয়ালৰ লগত সৰু যাত্ৰা হʼব পাৰে ৷ পৰিয়ালৰ লগত ৰাতিৰ খানা ভাল হʼব ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.