thumbnail

By

Published : Jul 10, 2022, 8:27 AM IST

ETV Bharat / Videos

আজিৰ তাৰিখত কংগ্ৰেছৰ কোনো স্থিতি নাই: প্ৰশান্ত ফুকন

কংগ্ৰেছ দলক পুনৰ সমালোচনা ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনৰ ৷ শনিবাৰে ডিব্ৰুগড়ত অনুষ্ঠিত ভাৰতীয় জনতা পার্টি, অসম প্ৰদেশৰ ৰাজ্যিক বিষয়ববীয়াৰ গুৰুত্বপূৰ্ণ সভা(State BJP official meeting in Dibrugarh)ত অংশগ্ৰহণ কৰি ডিব্ৰুগড়ৰৰ তিনিবাৰৰ বিধায়কগৰাকীয়ে কয় যে আজিৰ তাৰিখত কংগ্ৰেছৰ কোনো স্থিতি নাই(MLA Prashant Phukan advice to Congress MLA ) । বিধায়ক ফুকনে কংগ্ৰেছৰ স্থিতিৰ ওপৰত সমালোচনা কৰি কয় যে কংগ্ৰেছে ২০২৪ ৰ কথা বাদ দিয়ক, এতিয়াৰে পৰা চেষ্টা অব্যাহত ৰাখক ২০২৯ লৈ তেতিয়া কেইখনমান আসন বাঢ়িব দলটোৰ ।

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.