thumbnail

By

Published : Oct 12, 2022, 2:18 PM IST

ETV Bharat / Videos

Commerce College Golden Jubilee: গোলাঘাট বানিজ্য মহাবিদ্যালয়ৰ সোনালী জয়ন্তী পালন

উদুলি মুদুলি পৰিৱেশৰ মাজেৰে বৰ্নাঢ্য কাৰ্যসূচীৰে মঙলবাৰে তৃতীয় তথা অন্তিম দিনৰ দিনা গোলাঘাট বানিজ্য মহাবিদ্যালয়ৰ সোনালী জয়ন্তী মহোৎসৱৰ সামৰণী পৰে(Closing ceremony of golden jubilee) । মঙ্গলবাৰে পুৱাৰ ভাগতে গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ সন্মুখৰ নৱনিৰ্মিত পথটো মহাবিদ্যালয়খনৰ প্রতিষ্ঠাপক অধ্যক্ষ স্বৰ্গীয় পোনাৰাম নেওগ দেৱৰ সোঁৱৰণত নামাকৰণ কৰে বিত্ত মন্ত্রী অজন্তা নেওগে(Minister Ajanta Neog at Golaghat Commerce College) । ইয়াৰ পিছতে সোনালী জয়ন্তী মহোৎসৱৰ লগত সংগতি ৰাখি আয়োজন কৰা মুকলি সভাত শিক্ষা মন্ত্রী ৰণোজ পেগু(Minister Ranuj Pegu at Golaghat Commerce College), বিত্ত মন্ত্রী অজন্তা নেওগ, পদ্মশ্ৰী যাদৱ পায়েঙকে আদি কৰি বহু কেইগৰাকী বিশিষ্ট অতিথিয়ে ভাষণ প্রদান কৰে ।

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.