thumbnail

By

Published : Jul 22, 2019, 7:39 PM IST

ETV Bharat / Videos

চন্দ্ৰ অভিমুখে উৎক্ষেপণ চন্দ্ৰযান-2

ইতিহাস ৰচনা কৰি দিনৰ 2 বাজি 43 মিনিটত উৎক্ষেপণ কৰা হ'ল চন্দ্ৰযান-2 ৷ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ চন্দ্ৰযান-2 ৷ চন্দ্ৰযান-2 অভিযানত ব্যয় প্ৰায় হৈছে এহেজাৰ কোটি টকা ৷ ছেপ্তেম্বৰৰ 6 বা 7 তাৰিখে চন্দ্ৰৰ দক্ষিণ অংশত অৱতৰণ কৰিব ৩.৮ টন ওজনৰ চন্দ্ৰযান ৷ যানখনে অৱতৰণৰ লগে লগে চন্দ্ৰ পৃষ্ঠলৈ যোৱা চতুৰ্থখন ৰাষ্ট্ৰত পৰিণত হ'ব ভাৰত ৷ চন্দ্ৰৰ দক্ষিণ অংশত অভিযান চলোৱা ভাৰত হ'ব প্ৰথমখন দেশ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.