thumbnail

শালবাৰীত বিপিএফৰ প্ৰাৰ্থী জয় মুছাহাৰীৰ জয়লাভ

By

Published : Dec 13, 2020, 3:27 AM IST

অৱশেষত শালবাৰীৰ বিপিএফৰ প্ৰাৰ্থী জয় মুছাহাৰীয়ে জয় লাভ কৰিবলৈ সক্ষম হৈছে ৷ ইউপিপিএলৰ প্ৰাৰ্থী বিনোদ মুছাহাৰীক পৰাজিত কৰি 383 টা ভোটত জয়লাভ কৰি শেষ হাঁহি মাৰিবলৈ সক্ষম হৈছে বি পি এফৰ প্ৰাৰ্থী জয় মুছাহাৰীয়ে ৷ জয়লাভ কৰি সাংবাদিকৰ লগত হোৱা সাক্ষাৎকাৰত বিজয়ী প্ৰাৰ্থী গৰাকীয়ে তেওঁৰ এই জয়ত ৰাইজৰ ওচৰত আজিৰ পৰা ঋণী বুলি কয় ৷ লগতে সকলো ৰাইজৰ সমভাৱে কাম কৰি যাব বুলিও জয় মুছাহাৰীয়ে মন্তব্য কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.