বিজয়ৰ দিশে বিজেপি প্ৰাৰ্থী প্ৰশান্ত ফুকন - BJP candidate Prashant Phukan is on the verge of victory
🎬 Watch Now: Feature Video

চতুৰ্থবাৰলৈ ডিব্ৰুগড়ৰ কংগ্ৰেছৰ প্ৰাৰ্থীক হৰুৱাই বিজয় ধ্বজা উৰুওৱাৰ দিশত প্ৰশান্ত ফুকন । প্ৰায় 40 হাজাৰ ভোটৰ ব্যৱধানত এইবাৰ জয়যাত্ৰা অব্যাহত ৰাখে দলৰ বিজেপিৰ জ্যেষ্ঠ নেতা গৰাকীয়ে । ইটিভি ভাৰতৰ আগত নিজৰ বিজয়ৰ প্ৰতিক্ৰিয়াৰ লগতে এই বিজয়ৰ পাছত বহুদিনীয়া মন্ত্ৰীত্বৰ প্ৰসংগ পুনৰ উত্থাপন হৈছে বুলি মন্তব্য কৰে প্ৰাৰ্থী গৰাকীয়ে ।