40,000 ভোটত জয়ী হোৱাৰ দাবী বিজয় মালাকাৰৰ

By

Published : Apr 1, 2021, 4:33 PM IST

thumbnail
ৰাতাবাৰী সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিজয় মালাকাৰে সাব্যস্ত কৰে ভোটদান ৷ ৰামকৃষ্ণ নগৰ এলেকাৰ ৰামকৃষ্ণ সদন নিম্ন বুনিয়াদী বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোট প্ৰদান কৰে মালাকাৰে ৷ প্ৰায় 40,000 ভোটৰ ব্যবধানত জয়ী হ’ব বুলি তেওঁ আত্মবিশ্বাসী ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.