thumbnail

By

Published : Aug 16, 2022, 10:15 PM IST

ETV Bharat / Videos

আইন উলংঘনকাৰী যান বাহনৰ বিৰুদ্ধে বিশ্বনাথত পৰিবহণ বিভাগৰ অভিযান

পূৰ্বতকৈ অধিক কঠোৰ হৈছে ৰাজ্যৰ পৰিবহণ বিভাগ ৷ যান বাহন আইন উলংঘনকাৰী চালকক নাকী লগাবলৈ অভিযান চলাইছে বিশ্বনাথৰ পৰিবহণ বিভাগ ৷ মঙলবাৰে পৰিবহণ বিভাগে বিশ্বনাথৰ ৰাজপথত যান বাহন নমনাসকলৰ বিৰুদ্ধে চলালে অভিযান (Biswanath Transport department drive against vehicles violating law) ৷ এই অভিযানত পৰিবহণ বিভাগে বহু বাহনৰ নথি-পত্ৰৰ বিসংগতি ধৰা পেলায় ৷ আনকি এই অভিযান কালতে জিলা পৰিবহণ বিভাগৰ প্ৰৱৰ্তক পৰিদৰ্শক কৃষ্ণ কান্ত চেতীয়াই যিসমূহ গাড়ীৰ নথি পুনৰ নৱীকৰণ কৰা নাই, সেইসকলক শীঘ্ৰে জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ত পুনৰ নৱীকৰণ বা পঞ্জীয়ন কৰিবলৈ আহ্বান জনায় ৷

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.