Police checking being conduct: স্বাধীনতা দিৱসৰ প্ৰাকমুহুৰ্তত কলিয়াবৰত আৰক্ষীৰ তালাচী অভিযান - 75th Independence Day
🎬 Watch Now: Feature Video
দেশত ৭৫ সংখ্যক স্বাধীনতা দিৱস(75th Independence Day)ৰ উৎসৱমুখৰ পৰিৱেশৰ মাজতে উগ্ৰপন্থী সংগঠনৰ স্বাধীনতা দিৱস বৰ্জনৰ হুংকাৰৰ প্ৰতি লক্ষ্য ৰাখি সষ্টম হৈ পৰিছে কলিয়াবৰ আৰক্ষী(Militant outfits call for boycott of Independence Day) । ৩৭ নং ৰাষ্ট্ৰীয় পথেৰে উজনি-নামনি দুয়োদিশলৈ অহা-যোৱা কৰা বাহনত নিশাৰ ভাগত তন্নতন্নকৈ তালাচী চলাইছে কলিয়াবৰ আৰক্ষীয়ে । স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত কলিয়াবৰত যাতে কোনো ধৰণৰ কূটাঘাতমূলক কাৰ্য সংঘটিত নহওক তাৰ বাবে কলিয়াবৰ আৰক্ষী তৎপৰ হৈ পৰিছে ।