কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিশ্ৰামৰত বনৰজাৰ নয়নাভিৰাম দৃশ্য - কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিশ্ৰামৰত বনৰজা
🎬 Watch Now: Feature Video

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিশ্ৰামৰত বনৰজা ৷ ঘাঁহনিৰ মাজত সুন্দৰকৈ শুই থকা দেখা গৈছে ঢেকীয়াপতীয়া বাঘটোক ৷ বনৰজাৰ বিশ্ৰামৰ এক নয়নাভিৰাম দৃশ্য (Beautiful scenario of tiger in Kaziranga National Park) ৷ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ফেচবুকযোগে শ্বেয়াৰ কৰিলে এই ভিডিঅ’ ৷