জোনাইত যুৱ কংগ্ৰেছৰ প্ৰতাৰণা দিৱস পালন - BJP state president Bhabesh Kalita
🎬 Watch Now: Feature Video
সমগ্ৰ দেশতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন পালন কৰাৰ সময়তে অসমৰ বিভিন্ন প্ৰান্তত যুৱ কংগ্ৰেছে পালন কৰিছে প্ৰতাৰণা দিৱস । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ জোনাইতো কংগ্ৰেছ কমিটিৰ উদ্যোগত পালন কৰে প্ৰতাৰণা দিৱস(Congress observed cheating day in Jonai)। লগতে অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই(BJP state president Bhabesh Kalita) চাকৰি দিয়াৰ নামত জয়া কলিতা নামৰ এগৰাকী যুৱতীৰ পৰা ধন বিচৰাৰ সন্দৰ্ভত জুমুঠি দাহ কৰি অতিশীঘ্ৰে উচিত তদন্তৰ দাবী উত্থাপন কৰে (Youth Congress protest in Jonai) । প্ৰতিবাদকাৰীসকলে হাতে-হাতে প্লে-কাৰ্ড লৈ ভৱেশ কলিতা আৰু ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী ।