ETV Bharat / lifestyle

ৰাশি অনুযায়ী প্ৰেয়সী বা পত্নীক উপহাৰ দিয়াটো সঁচাকৈয়ে সৌভাগ্যশালী নেকি ? - ZODIAC SIGN GIFT IDEAS

প্ৰেয়সী বা পত্নীক এনে কি উপহাৰ দিলে আপোনাৰ বাবে শুভ হ’ব তথা ৰাশি অনুসৰি কেনে উপহাৰ দিয়া উচিত এই প্ৰতিবেদনৰ জৰিয়তে জানি লওক-

Auspicious Gifts for Your Loved One: A Zodiac-Based Guide for Girlfriends and Wives
ৰাশি অনুযায়ী প্ৰেয়সী বা পত্নীক উপহাৰ দিয়াটো সঁচাকৈয়ে সৌভাগ্যশালী নেকি ? (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : Feb 5, 2025, 3:01 PM IST

কাৰোবাৰ প্ৰতি থকা আপোনাৰ সন্মান বা অনুভৱ প্ৰকাশ কৰিবলৈ সাধাৰণতে উপহাৰ দিয়া হয় ৷ কেতিয়াবা কাৰোবাক সহায় কৰিবলৈও উপহাৰ দিয়া হয় ৷ উপহাৰ দিয়াৰ সময়ত সদায় সাৱধান হোৱা উচিত, কাৰণ ভুল উপহাৰ দিলে সম্পৰ্ক নষ্ট হ’ব পাৰে ৷ সঠিক উপহাৰে সম্পৰ্ক শক্তিশালী কৰে আৰু লগতে নিজৰো লাভ হয় ৷

উপহাৰ দিওঁতে এই সাৱধানতা অৱলম্বন কৰক

নিয়মিতভাৱে ব্যৱহাৰ কৰা উপহাৰ দিয়াটো শুভ ৷ সজ্জা সামগ্ৰী নূন্যতম পৰিমাণত দিব লাগে ৷ যাৰ লগত আপোনাৰ অতি ঘনিষ্ঠ সম্পৰ্ক আছে যেনে প্ৰেয়সী বা পত্নীক মেকআপৰ সামগ্ৰী আৰু প্ৰসাধন সামগ্ৰী দিয়ক ৷ এজন ব্যক্তিয়ে দিয়া উপহাৰ কেতিয়াও আন কাৰোবাক দিয়া উচিত নহয় ৷ প্ৰেমৰ বিষয়ত কাঁচৰ বস্তু বা তাজমহল উপহাৰ নিদিব ৷ যিমানদূৰ সম্ভৱ দেৱ-দেৱীৰ মূৰ্তি উপহাৰ নিদিব ৷

উদ্দেশ্য অনুসৰি

জ্যোতিষী ভাৱনা উপাধ্যায়ৰ মতে, প্ৰেমৰ ক্ষেত্ৰত সুগন্ধিযুক্ত বস্তু, কাপোৰ বা ফুল উপহাৰ দিব পাৰে ৷ প্ৰেয়সীৰ ক্ষেত্ৰত চকলেট বা সংগীতৰ সৈতে জড়িত কিবা দিব পাৰে ৷ ভগ্ন সম্পৰ্ক ঠিক কৰিবলৈ আপুনি এটা সুগন্ধিদায়ক মমবাতি বা ঘড়ী উপহাৰ দিব পাৰে ৷

এতিয়া জানো আহক ৰাশি অনুসৰি প্ৰেয়সী বা পত্নীক কি উপহাৰ দিয়া উচিত জানো আহক-

  1. মেষ ৰাশি- সৌন্দর্য বা সুগন্ধিদায়ক বস্তু
  2. বৃষ ৰাশি- মিঠা খাদ্যৰ উপহাৰ দিয়ক
  3. মিথুন ৰাশি- সজ্জিত মূৰ্তি দিয়ক
  4. কৰ্কট ৰাশি- বৈদ্যুতিক সামগ্ৰী
  5. সিংহ ৰাশি- জোতা, বেল্ট বা মানিবেগ
  6. কন্যা ৰাশি- কলম, কিতাপ, লেম্প
  7. তুলা ৰাশি- চকলেট, মিঠাই, চৰবট
  8. বৃশ্চিক ৰাশি- গহনা বা সুগন্ধিদায়ক বস্তু
  9. ধনু ৰাশি- বৈদ্যুতিক সামগ্ৰী বা বাচন-বৰ্তন
  10. মকৰ ৰাশি- ৰূপৰ সামগ্ৰী, উজ্বল সামগ্ৰী দিয়ক
  11. কুম্ভ ৰাশি- কাঠৰ বস্তু বা গহনা
  12. মীন ৰাশি- কোনো গছ বা কিতাপ

(বিঃদ্রঃ ধৰ্ম, জ্যোতিষ, বাস্তু, ফেংচুই, টেৰ’ কাৰ্ড আদি বিষয়ত আধাৰিত এই লেখাসমূহ কেৱল পাঠকে জানিবৰ বাবেহে । এই উপায়সমূহ অৱলম্বনৰ পূৰ্বে বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো জৰুৰী । আমাৰ উদ্দেশ্য কেৱল পাঠকক অৱগত কৰা। ইটিভি ভাৰতে এই তথ্য নিশ্চিত কৰা নাই ।)

লগতে পঢ়ক

  1. মৌনী অমাৱস্যা: এই পৱিত্ৰ দিনটোত কি কৰিলে লাভ কৰিব শুভফল ?
  2. অপৰাজিতা ফুলৰে কেনেদৰে আৰ্থিক দিশ শক্তিশালী কৰিব পাৰি ?
  3. ধনু ৰাশি : কৰ্ম-ধন-প্ৰেম-স্বাস্থ্যৰ ক্ষেত্ৰত কেনে যাব আপোনাৰ ২০২৫ বৰ্ষ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.