গুৱাহাটীবাসীৰ ভোটদানে আমাৰ দায়িত্ব আৰু অধিক বৃদ্ধি কৰিলে : মুখ্যমন্ত্ৰী

By

Published : Apr 24, 2022, 6:22 PM IST

thumbnail

GMC নিৰ্বাচনত বিজেপি-মিত্ৰজোঁটে লাভ কৰা বৃহৎ বিজয়ৰ পিছতেই ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া প্ৰকাশ (CM reacts on GMC election 2022)৷ কংগ্ৰেছৰ ভোট বেংক কাঢ়ি নিলে আপ আৰু অসম জাতীয় পৰিষদে ৷ মুখ্যমন্ত্ৰীৰ গৰাকীয়ে কয় যে, গুৱাহাটীবাসীৰ ভোটদানে আমাৰ দায়িত্ব আৰু অধিক বৃদ্ধি কৰিলে । সংবাদমাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে এনেদৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.